• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাত্ৰ ২৩ বছৰ বয়সতে মহাকাশ ভ্ৰমণ! কোন এই ভাৰতীয় যুৱতী; জানো আহক

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 24, 2025 5:27 pm
404
VIEWS
Share on FacebookShare on Twitter

মাত্ৰ ২৩ বছৰ বয়সতে মহাকাশ ভ্ৰমণৰ এষ্ট্ৰ’নাট কেণ্ডিডেট হিচাপে স্বীকৃতি পাইছে অন্ধ্ৰপ্ৰদেশৰ এগৰাকী যুৱতীয়ে। যুৱতীগৰাকীৰ নাম জাহ্নৱী ডাংগেটী।

মহাকাশ অভিযানত অংশগ্ৰহণ কৰিবলৈ সুযোগ পাইছে জাহ্নৱীয়ে। মহাকাশ গৱেষণা সংস্থা ‘টাইটান্স স্পেচ’ৰ দ্বাৰা তেওঁলোকৰ ‘এষ্ট্ৰ’নাট কেণ্ডিডেট – ASCAN’ হিচাপে নিৰ্বাচিন কৰা হৈছে জাহ্নৱী ডাংগেটীক।

জানিব পৰা মতে, ২০২৯ চনত মহাকাশ অভিযানত অংশগ্ৰহণ কৰিব জাহ্নৱীয়ে। য’ত তেওঁ পৃথিৱীখনক দুবাৰকৈ প্ৰদক্ষিণ কৰিব।

প্ৰায় পাঁচ ঘণ্টা ধৰি চলি থকা এই অভিযানৰ সময়ছোৱাত তেওঁ তিনি ঘণ্টা ধৰি সম্পূৰ্ণ ওজনহীনতাত থাকিব। এনে এক অভিজ্ঞতা কেৱল বৈজ্ঞানিক গৱেষণাৰ বাবেই নহয়, মানৱ মহাকাশ অভিযানৰ ভৱিষ্যতৰ বাবেও এক বৃহৎ মাইলৰ খুঁটি হ’বলৈ গৈ আছে। এই অভিযানৰ নেতৃত্ব দিব নাছাৰ প্ৰাক্তন মহাকাশচাৰী তথা আমেৰিকাৰ সেনাৰ অৱসৰপ্ৰাপ্ত কৰ্ণেল উইলিয়াম মেকআৰ্থাৰ জুনিয়ৰে, যি বৰ্তমান টাইটানছ স্পেচৰ মুখ্য মহাকাশচাৰী।

Recent News

এতিয়াৰে পৰা টেছলাৰ বাহনত উপলব্ধ হ’ব কৃত্ৰিম বুদ্ধিমত্তা ‘গ্ৰুক’, সদৰী কৰিলে ইলন মাস্কে

এতিয়াৰে পৰা টেছলাৰ বাহনত উপলব্ধ হ’ব কৃত্ৰিম বুদ্ধিমত্তা ‘গ্ৰুক’, সদৰী কৰিলে ইলন মাস্কে

টাৰ্গেট প্ৰধানমন্ত্ৰী পদ? পুনৰ বয়স সীমা ৭৫ৰ নিদান সংঘৰ; নতুনক সুযোগ দিয়াৰ পক্ষত সৰৱ ভাগৱত

টাৰ্গেট প্ৰধানমন্ত্ৰী পদ? পুনৰ বয়স সীমা ৭৫ৰ নিদান সংঘৰ; নতুনক সুযোগ দিয়াৰ পক্ষত সৰৱ ভাগৱত

বিল পৰিশোধ নকৰাৰ বাবে চিকিৎসালয়সমূহে মৃতদেহ ৰখাই থোৱাত নিষেধাজ্ঞা অসম চৰকাৰৰ

বিল পৰিশোধ নকৰাৰ বাবে চিকিৎসালয়সমূহে মৃতদেহ ৰখাই থোৱাত নিষেধাজ্ঞা অসম চৰকাৰৰ

লৰ্ডছত প্ৰথম দিনা ৪ উইকেটত ২৫১ৰান ইংলেণ্ডৰ; ক্ৰীজত ৯৯ ৰানত ৰুট! বুমৰাহৰ চিকাৰ ব্ৰুক

লৰ্ডছত প্ৰথম দিনা ৪ উইকেটত ২৫১ৰান ইংলেণ্ডৰ; ক্ৰীজত ৯৯ ৰানত ৰুট! বুমৰাহৰ চিকাৰ ব্ৰুক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd