• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আগন্তুক শিক্ষাবৰ্ষৰ পাঠ্যক্ৰম সম্পৰ্কে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰীৰ বিশেষ ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 9, 2020 8:33 pm
index.jpg44
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না সংক্ৰমণৰ বাবে চলিত বৰ্ষৰ মাৰ্চৰ মধ্যভাগৰ পৰাই দেশৰ শিক্ষানুষ্ঠানসমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ আছে।

কেতিয়াৰ পৰা শিক্ষানুষ্ঠানসমূহ পুনৰ খুলিব তাকে দেশৰ প্ৰায় ৩৩ কোটি শিক্ষাৰ্থী আৰু অভিভাৱক এতিয়াও অনিশ্চয়তাৰ মাজতে আছে।

Apply Now

তেনে সময়তে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ নিশাঙ্ক পোখ্ৰিয়ালে অন্য এক ইঙ্গিত প্ৰদান কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী পোখ্ৰিয়ালৰ মতে শিক্ষানুষ্ঠানসমূহ পুনৰ খুলিলেও আগন্তুক শিক্ষাবৰ্ষৰ পাঠ্যক্ৰম কিছু সলনি কৰা হ’ব পাৰে।

আগন্তুক শিক্ষাবৰ্ষৰ বাবে পাঠ্যক্ৰম শিথিল অথবা পাঠ্যক্ৰমৰ পৰিসৰ হ্ৰাস কৰা হ’ব পাৰে।

কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰীগৰাকীয়ে মঙ্গলবাৰে কয় যে বৰ্তমান পৰিস্থিতিত অভিভাৱক আৰু শিক্ষকৰ অনুৰোধ মৰ্মে পাঠ্যক্ৰমৰ পৰিসৰ হ্ৰাস কৰিব পাৰি নেকি সেই বিষয়ে চিন্তা চৰ্চা কৰি থকা হৈছে।

লগতে পঢ়ক : আগষ্টৰ পৰা পুনৰ খুলিব নেকি দেশৰ শিক্ষানুষ্ঠানসমূহ! : কি ক’লে মানৱ সম্পদ মন্ত্ৰী পোখ্ৰিয়ালে

সেই অনুসৰি শিক্ষণৰ সময়সীমাও হ্ৰাস কৰা হ’ব পাৰে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

আজি নিজৰ টুইটাৰত মন্ত্ৰীগৰাকীয়ে এই সম্ভাৱনাৰ বিষয়ে ব্যক্ত কৰিছে।

‘বৰ্তমান পৰিস্থিতিৰ কথা মনত ৰাখি আৰু অভিভাৱক ও শিক্ষকৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক শিক্ষাবৰ্ষৰ পাঠ্যক্ৰম আৰু শিক্ষণ সময়সীমা হ্ৰাস কৰাৰ বিবেচনা আমি কৰি আছো।’ টুইটাৰত মন্ত্ৰীগৰাকীয়ে কয়।

In view of the current circumstances and after receiving a lot of requests from parents and teachers, we are contemplating the option of reduction in the syllabus and instructional hours for the coming academic year.@SanjayDhotreMP @HRDMinistry @PIB_India @MIB_India

— Dr Ramesh Pokhriyal Nishank (@DrRPNishank) June 9, 2020

ইফালে পাঠ্যক্ৰমৰ পৰিসৰ হ্ৰাস কৰাৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে অভিভাৱক আৰু শিক্ষা জগতৰ সতে যুক্ত ব্যক্তিসকলৰ পৰা মতামত গ্ৰহণ কৰা হ’ব বুলিও জনাইছে।

‘এই বিষয়ে আমি শিক্ষক, শিক্ষাবিদসকলৰ মতামত জনাবলৈ আহ্বান জনালো। আমাৰ ফেইচবুক পেজ বা টুইটাৰ অথবা MHRD#SyllabusForStudents2020 ৰ জৰিয়তে নিজৰ মতামত জনাব।’ অন্য এটা টুইটত মানৱ সম্পদ উন্নয়ন মন্ত্ৰীগৰাকীয়ে কয়।

৩০ মে’ৰ পৰা দেশত ল’কডাউন শিথিল কৰা হৈছে যদিও শিক্ষানুষ্ঠানসমূহ পুনৰ খোলা হোৱা নাই।

অহা ১৫ আগষ্টৰ পিছৰ পৰা দেশত শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাৰ সম্ভাৱনাৰ কথা এক সাক্ষাৎকাৰ উল্লেখ কৰিছিল যদিও এতিয়াও আনুষ্ঠানিক ঘোষণা কৰা নাই কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰীগৰাকীয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd