• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৰিগাঁৱত নিৰ্বাচন বিভাগৰ বিশেষ প্ৰচাৰ অভিযান আৰম্ভ

NE NOW NEWS চানু গগৈ
মৰিগাঁও , November 28, 2020 8:33 pm

1 min read

a VoterList
357
VIEWS
Share on FacebookShare on Twitter

আজিৰে পৰা  কাৰ্যকৰী হোৱাকৈ চাৰিদিনীয়া কাৰ্যসূচী লৈ  মৰিগাঁও জিলা নিৰ্বাচন বিভাগে বিশেষ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে।

সেই অনুসৰি ২০২১ বৰ্ষৰ খচৰা ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ সন্দৰ্ভত ভোটাৰ সকলৰ মাজত সজাগতা আনিবলৈ ২৮ আৰু ২৯ নৱেম্বৰ ২০২০, ৫ আৰু ৬ ডিচেম্বৰ ২০২০ ত  এই বিশেষ প্ৰচাৰ অভিযান চলিব বুলি জানিব পৰা গৈছে। ভাৰতীয় নিৰ্বাচন আয়োগৰ সূচী অনুসৰি ২০২১ চনৰ ১ জানুৱাৰী তাৰিখক ভিত্তি বৰ্ষ হিচাপে লৈ মৰিগাঁও জিলাৰ ৭৯ নং জাগীৰোড, ৮০ নং মৰিগাঁও আৰু ৮১ নং লাহৰীঘাট এই তিনিটা  বিধানসভা সমষ্টিৰ ভোটাৰ সকলৰ খচৰা ভোটাৰ তালিকা যোৱা ১৮ নৱেম্বৰ তাৰিখে প্ৰকাশ কৰা হৈছে ।

উক্ত তালিকাত নিজৰ নাম পৰীক্ষন কৰিবৰ বাবে ভোটাৰ সকলে www.ceoassam.nic.in ওৱেব চাইটত চাব পাৰিব ।

সদ্য প্ৰকাশিত খচৰা ভোটাৰ তালিকাত যি সকলৰ নাম বাদ পৰিছে অথবা ভুলকৈ ছপা হৈছে তেওঁলোকে নিৰ্বাচনৰ কাৰ্যালয়ৰ পৰা নিৰ্দিষ্ট প্ৰ-পত্ৰ সংগ্ৰহ কৰি ওজৰ আপত্তি সমূহ উল্লেখ কৰি আবেদন দাখিল কৰিব পাৰিব ।

আনহাতে  ২০২১ চনৰ ১ জানুৱাৰীত  যি সকল লোকৰ  ১৮ বছৰ সম্পূৰ্ণ হব অথবা ইতিমধ্যে ১৮ বছৰ সম্পূৰ্ণ হৈছে তেওঁ লোকে নিজৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত সজাগতা আনিবলৈ এই বিশেষ প্ৰচাৰ অভিযান আৰম্ভ কৰা হৈছে বুলি মৰিগাঁ জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰীয়ে জানিবলৈ দিয়ে ।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd