• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত চাহ জনজাতি ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিশেষ শৈক্ষিক প্ৰশিক্ষণ কাৰ্যসূচী শুভ উদ্বোধন

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
November 29, 2020 10:01 pm
IMG-20201129-WA0070
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাহ জনজাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যাতনিক দিশৰ উত্তৰণৰ খুবেই  প্ৰয়োজন। আধুনিক আৰু গুণগণ শিক্ষাৰে শিক্ষিত কৰি এই পিছপৰা জনগোষ্ঠীটোৰ ছাত্ৰ-ছাত্ৰী সকলক সকলোৰে সৈতে ফেৰ মাৰিব পৰাকৈ উপযুক্ত হিচাপে গঢ়ি তোলাৰ দ্বায়িত্ব আমি সকলোৱে ল’ব লাগিব। এই মন্তব্য অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সচিব লক্ষ্য কোৱঁৰৰ।

আজি উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ উদ্যোগত তথা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সহযোগত অনুষ্ঠিত চাহ জনজাতি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ শৈক্ষিক প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্য বক্তা কোঁ‌ৱৰে গুণগত শিক্ষাই চাহ জনগোষ্ঠীটোক অসমীয়া জাতিৰ মূল সুঁতিত বিলীন কৰি লৈ যাব আৰু এই ক্ষেত্ৰত আটছাই লোৱা বিশেষ সহযোগিতাৰ ভূমিকা প্ৰশংসা কৰে।

Apply Now

আটছাৰ সাংগঠনিক সম্পাদক উমেশ জালৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ আঁ‌ত ধৰে চাহ আৰু প্ৰাক্তন চাহ শ্ৰমিক উন্নয়ন সংস্থাৰ সাধাৰণ সম্পাদক অশ্বিনী কুমাৰ তাচাই।

আটছাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক প্ৰাঞ্জল বাৰাইকৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা সভাখনত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি আটছাৰ সাধাৰণ সম্পাদক পবন বেড়িয়াই ছাত্ৰ-ছাত্ৰী সকলক নিজকে সফল নাগৰিক হিচাপে গঢ়ি তুলিবলৈ অহোপুৰুষাৰ্থ কৰিবলৈ আহবান জনায়।

বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে জীৱনৰ সকলো প্ৰত্যাহ্বান নেওচি প্ৰত্যয়ৰে আগবাঢ়ি যাবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়।

ডুমডুমা আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অমৰজিৎ শইকীয়াই অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সচিব লক্ষ্য কোঁৱৰে পিছপৰা জনগোষ্ঠীটোৰ ছাত্ৰ ছাত্ৰী সকলৰ বিশেষ শৈক্ষিক প্ৰশিক্ষণৰ ব্যৱস্থা লোৱাত শলাগ লয়।

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে অসমৰ অৰ্থনৈতিক বুনিয়াদত গুৰুত্বপূৰ্ণ ভূমিকা লৈ অহা চাহ উদ্যোগত কৰ্মৰত চাহ শ্ৰমিকসকল শোষিত নিষ্পেষিত হৈ আহিছে। ৪ হাজাৰৰ পৰা ৫/৬ হাজাৰ টকা মাহেকত উপাৰ্জন কৰা চাহ শ্ৰমিকৰ জীৱন সংগ্ৰামেই কঠিন তেনে স্বত্বত অতি ব্যয়বহুল উচ্চ শিক্ষা গ্ৰহণ কিমান কঠিন সেইয়া নিৰ্মম বাস্তৱ বুলি কৈ বাগিছাৰ শ্ৰমিকৰ দৰমহা বৃদ্ধিৰ আপোচবিহীন সংগ্ৰাম সকলো দল সংগঠনকলৈ কৰাৰ পোষকতা কৰে।

মাৰ্ঘেৰিটাত অনুষ্ঠিত হব লগা ৭টা কৰ্মশালাৰ এই কেন্দ্ৰীয় উদ্বোধনী অনুষ্ঠানত মহকুমা আৰক্ষী বিষয়া পোনা গগৈ, হৰিনন্দ গড়, সাংবাদিক মানস প্ৰতিম গগৈ, ফাইজুৰ ৰহমান, সমীৰণ বৰঠাকুৰ, তপন দে, আটছা নেতা বিজয় তাঁ‌তী, দিপক কয়া, শচীন ঘাটোৱাৰ নুৱেল পাটৰ আৰু বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

October 8, 2026 7:34 pm
কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

October 8, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd