• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰজ্জ্বল ৰেভান্নাৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিলে বিশেষ তদন্তকাৰী দলে! কি আছে ২১৪৪ পৃষ্ঠাৰ অভিযোগনামাত?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 24, 2024 1:42 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰ জি কৰ গোচৰক লৈ দেশজুৰি প্ৰতিবাদ চলি থকাৰ মাজতে বিশেষ তদন্তকাৰী দলে কৰ্ণাটকৰ জে ডি এছৰ প্ৰাক্তন সাংসদ প্ৰজ্বল ৰেভান্না আৰু তেওঁৰ পিতৃ তথা প্ৰাক্তন বিধায়ক এইচ ডি ৰেভান্নাৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে।

এই দীঘলীয়া অভিযোগনামাত প্ৰজ্জ্বলৰ বিৰুদ্ধে সৰ্বোচ্চ অভিযোগ হৈছে ৪৭ বছৰীয়া এগৰাকী প্ৰাক্তন গৃহকৰ্মীক ধৰ্ষণ কৰা।

Apply Now

লগতে সেই গৃহকৰ্মী গৰাকীৰ কন্যাকো যৌন নিৰ্যাতন চলাইছিল প্ৰজ্জ্বল ৰেভান্নাই।

কেৱল এয়াই নহয়, যৌন কাৰ্যকলাপৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি পিছত প্ৰমাণ নষ্ট কৰাৰ উদ্দেশ্যেৰে সেই ভিডিঅ’ ডিলিট কৰিছিল ৰেভান্নাই।

জিডিএছৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন ৰাজ্যিক মুখ্যমন্ত্ৰী এইচডি কুমাৰস্বামীৰ ভাতৃ তথা প্ৰজ্জ্বলৰ পিতৃ এইচডি ৰেভান্নাৰ বিৰুদ্ধেও এছআইটিয়ে অভিযোগনামা দাখিল কৰিছে। লগতে কেইবাবাৰো গৃহকৰ্মীক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে উক্ত যৌন নিৰ্যাতনৰ গোচৰত দাখিল কৰা এইখন প্ৰথমখন চাৰ্জশ্বীট।

যোৱা এপ্ৰিল মাহত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এই যৌন কেলেংকাৰীয়ে সমগ্ৰ দেশত এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰিছিল। সমগ্ৰ দেশতেই ইয়াৰ প্ৰতিবাদ হৈছিল।

আদালতে প্ৰজ্জ্বলৰ বিৰুদ্ধে ধৰ্ষণ, যৌন নিৰ্যাতন, অসংখ্য মহিলাক নিৰ্যাতন আৰু শাৰীৰিক আক্ৰমণৰ অভিযোগ উত্থাপন কৰিছে। অৱশ্যে তেওঁৰ বিৰুদ্ধে মাত্ৰ চাৰিখন এজাহাৰহে দাখিল কৰা হয়।

এই ঘটনা পোহৰলৈ অহাৰ পাছত ২৬ এপ্ৰিলত জাৰ্মানীলৈ পলায়ন কৰে প্ৰজ্জ্বলে।

৩১ মে’ত ভাৰতলৈ উভতি অহাৰ লগে লগে আৰক্ষীয়ে বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰে। বৰ্তমান প্ৰজ্জ্বল বেংগালুৰুৰ এখন কাৰাগাৰত বন্দী হৈ আছে।

আদালতত দাখিল বিশেষ তদন্ত কমিটিয়ে ২১৪৪ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰিছে। য’ত প্ৰায় ১৫০ জন লোকৰ সাক্ষ্য লিপিবদ্ধ কৰা হৈছে। এছ আই টিৰ চাৰ্জশ্বীটত প্ৰজ্জ্বলে চাৰিগৰাকী মহিলাক ধৰ্ষণ কৰা বুলি উল্লেখ আছে। লগতে ৭০ গৰাকী মহিলাৰ সৈতে যৌন কাৰ্যকলাপ ভিডিঅ’ ৰেকৰ্ডিং কৰিছে। তেওঁ প্ৰায় ২০০০টা এনে ভিডিঅ’ ক্লিপ নিৰ্মাণ কৰিছিল।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd