• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভোটাৰ তালিকাৰ বিশেষ কঠোৰ সংশোধন: উত্তৰ প্ৰদেশত ৬০জন BLO ৰ বিৰুদ্ধে গোচৰ ৰুজু, দুজনক নিলম্বন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 25, 2025 4:45 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ নয়ডা প্ৰশাসনে ভোটাৰ তালিকাৰ চলি থকা বিশেষ কঠোৰ পুনৰীক্ষণ (SIR)ৰ সময়ত গাফিলতি আৰু নিৰ্দেশনা পালন নকৰাৰ অভিযোগত তিনিখন আৰক্ষী থানাৰ ৬০জনতকৈও অধিক বুথ পৰ্যায়ৰ বিষয়া (বিএলঅ’) আৰু ৭জন তত্বাৱধায়কৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে।

ইফালে উত্তৰ প্ৰদেশৰ বাহৰেইচত বিজেপি নেতাৰ এজাহাৰৰ পিছতে দুই বিএলঅ’ক নিলম্বিত কৰাৰ লগতে তৃতীয়জনৰ বিৰুদ্ধে গাফিলতিৰ গোচৰ ৰুজু কৰা হৈছে।

Apply Now

ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি নয়দাত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে জনপ্ৰতিনিধি আইন, ১৯৫০ৰ ৩২ নং ধাৰাত। নয়দাৰ জিলা নিৰ্বাচনী বিষয়াও জিলা দণ্ডাধীশ মেধা ৰূপমৰ নিৰ্দেশত নয়ডাৰ তিনিটা বিধানসভা সমষ্টিৰ এছডিএম সকলে নিয়ম উলংঘা কৰা বুলি অভিযোগ উত্থাপন কৰা বিএলঅ’ৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে।

মন কৰিবলগীয়া যে ৯খন ৰাজ্য আৰু তিনিটা কেন্দ্ৰীয় শাসিত অঞ্চলত চলি থকা দ্বিতীয় পৰ্যায়ৰ এছ আই আৰৰ বাবে মাহজোৰা গণনা প্ৰক্ৰিয়াৰ বাবে ভোট বিতৰণ আৰু সংগ্ৰহৰ দায়িত্বত বিএলঅ’ নিযুক্তি দিয়া হৈছে, যাৰ অন্তিম তাৰিখ ৪ ডিচেম্বৰ। বিহাৰত চলি থকা প্ৰক্ৰিয়াৰ বিপৰীতে বৰ্তমানৰ পৰ্যায়ত বিএলঅ’ৰ দায়িত্ব ভোটাৰৰ বা তেওঁলোকৰ পিতৃ-মাতৃৰ পুৰণি ভোটাৰ তালিকাৰ সৈতে প্ৰ-পত্ৰত দিয়া ভোটাৰৰ সবিশেষৰ মিল গণনাৰ পৰ্যায়তে কৰা।

নয়ডা প্ৰশাসনৰ মতে, বাৰে বাৰে নিৰ্দেশনা, সতৰ্কবাণী আৰু জাননী দিয়াৰ পিছতো বহু বিএলঅ‘ই “নিজৰ নিৰ্ধাৰিত অঞ্চলত প্ৰতিবেদন নিদিলে” আৰু “জ্যেষ্ঠ বিষয়াৰ নিৰ্দেশ মানি চলাত ব্যৰ্থ হয়।”

গ্ৰেটাৰ নয়ডাৰ ইকোটেক ফেজ ১ থানাত ৩৩জন বিএলঅ’ আৰু এজন তত্বাৱধায়কৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। জেৱাৰ থানাৰ বিষয়াসকলে ১৭টা বিএলঅ’ৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে। প্ৰতিটো এফ আই আৰ দাখিল কৰিছে অঞ্চলটোৰ এছ ডি এম, যিয়ে চলি থকা এছ আই আৰ অনুশীলনত স্থানীয় নিৰ্বাচনী পঞ্জীয়ন বিষয়া (ই আৰ অ’) হিচাপে কাম কৰিবলৈ নিযুক্তি দিছে।

ইফালে, ভোটাৰ তালিকাৰ চলি থকা এছ আই আৰত তেওঁলোকৰ ডিজিটাইজেচনৰ কাম ৫%তকৈও কম হোৱা বুলি ধৰা পৰাৰ বাবে জিলা দণ্ডাধীশ তথা জিলা নিৰ্বাচনী বিষয়া মেধা ৰূপমে ১৮১ জন অংগনবাড়ী কেডাৰ বুথ পৰ্যায়ৰ বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ জাননী জাৰি কৰাৰ নিৰ্দেশ দিছে।

লগতে তেওঁলোকৰ তত্বাৱধানত থকা শিশু উন্নয়ন প্ৰকল্প বিষয়াসকলৰ বিৰুদ্ধে বিৰূপ প্ৰৱেশ আৰু বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। গণনা প্ৰ-পত্ৰসমূহ নিজেই সংগ্ৰহ আৰু পৰীক্ষা কৰাৰ পিছত বিএলঅ’সকলে তথ্যসমূহ ডিজিটেলাইজ কৰাৰ বাবে চূড়ান্ত নামসমূহ অনলাইনত আপলোড কৰিব লাগিব।

মৌলিক শিক্ষা বিষয়াক নিযুক্ত কামৰ ১৫%তকৈও কম ডিজিটাইজ কৰা ১৯১ গৰাকী সহকাৰী শিক্ষক আৰু ১১৩ গৰাকী শিক্ষা মিত্ৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিবলৈ কোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

July 17, 2026 10:01 am
আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am
৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

July 17, 2026 6:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

July 17, 2026 10:01 am
আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd