• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহিলা ফুটবলৰ উত্তৰণৰ ক্ষেত্ৰত অধিক ধন খৰছ কৰক : মহিন্দ্ৰা গ্ৰুপৰ চেয়াৰমেন

এন ই নাও নিউজ by এন ই নাও নিউজ
July 8, 2019 5:43 pm
women-soccer-750x375
10.4k
VIEWS
Share on FacebookShare on Twitter

মহিলা ফুটবলৰ উত্তৰণৰ ক্ষেত্ৰত ভাৰতে অধিক ধন খৰছ কৰাৰ প্ৰয়োজন আছে বুলি দেশৰ এগৰাকী আগশাৰীৰ ব্যক্তিয়ে ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কিৰেন ৰিজিজুক আহ্বান জনাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰই চতুৰ্থবাৰৰ বাবে মহিলা ফুটবল বিশ্বকাপ হস্তগত কৰাৰ পিছতেই উত্থাপন হৈছে এই প্ৰশ্নৰ।

মহিন্দ্ৰা গ্ৰুপৰ চেয়াৰমেন আনন্দ মহিন্দ্ৰাই ভাৰতীয় মহিলা ফুটবলৰ উত্তৰণৰ দিশ সম্পৰ্কত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক উদ্দেশ্যি এক টুইট কৰে।

তেওঁ টুইটটোত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক উল্লেখ কৰি কয় যে মহিলা ফুটবলত আমি আৰু অধিক বিনিয়োগ কৰিব লাগে। আমাৰ স্প্ৰিণ্টাৰ্ছ, ৰানাৰ্ছ, জিমনাষ্ট তথা ৰেষ্টলাৰ্ছ সকলে বিশ্ব পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। পুৰুষ সকলতকৈ মহিলা সকলৰ যে শাৰিৰীক সক্ষমতা বেছি সেয়া বিশ্ব পৰ্যায়ৰ প্ৰতিযোগিতা প্ৰমাণ কৰিছে। তেওঁলোকে ফুটবলৰ জৰিয়তেও বিশ্বক পৰাস্ত কৰিব পাৰিব।

ইফালে মন্ত্ৰী ৰিজিজুৱে মহিন্দ্ৰাৰ কথাত সহমত প্ৰকাশ কৰি কয় যে যিকোনো ক্ৰীড়া ক্ষেত্ৰতে ভাৰতীয় মহিলাই বিশ্ব পৰ্যায়ত শক্তিশালী প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।

ইয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে দেশৰ যিকোনো ক্ৰীড়া ক্ষেত্ৰৰে ক্ৰীড়াবিদক সেয়া পুৰুষে হওক বা মহিলাই হওক ভাৰত চৰকাৰে সকলোকে সুবিধা প্ৰদান কৰিব বুলিও মহিন্দ্ৰাক আশ্বাস প্ৰদান কৰে।

উল্লেখ্য যে ৰিজিজুৱে দেওবাৰে পুনেস্থিত আৰ্মি স্প’ৰ্টছ ইনষ্টিটিউট পৰিদৰ্শন কৰি তাত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা খেলুৱৈৰ লগতে প্ৰশিক্ষক সকলৰ সৈতে মত বিনিময় কৰে আৰু প্ৰয়োজনীয় সকলো সা-সুবিধা প্ৰদান কৰাৰো আশ্বাস প্ৰদান কৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd