• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

যুঁজি হাৰিল ভাৰতঃ ২-০ ব্যৱধানত জয় অষ্ট্ৰেলিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 13, 2024 9:04 pm
India vs Australia AFC Asian Cup
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমুখত অষ্ট্ৰেলিয়াৰ দৰে এক শক্তিশালী প্ৰতিদ্বন্দী। একপ্ৰকাৰে নিশ্চিতেই আছিল বুলিব পাৰি পৰাজয়। অনুৰাগীৰ শংকা আছিল আৰ্জেণ্টিনাৰ দৰে দলক চাপত পেলোৱা অষ্ট্ৰেলিয়াৰ সমুখত হয়তো দিশহাৰা হৈ পৰিব ভাৰত।

প্ৰত্যাশিতভাৱেই এছিয়ান কাপ অভিযানৰ আজি প্ৰথমখন মেচত শক্তিশালী অষ্ট্ৰেলিয়াৰ বিপক্ষে ২-০ গলত পৰাস্ত হয় ভাৰতীয় দল। কিন্তু এই পৰাজয়তকৈ সুখকৰ আছিল শক্তিশালী অষ্ট্ৰেলিয়াৰ বিপক্ষে আগবঢ়োৱা চমকপ্ৰদ প্ৰদৰ্শন।

Apply Now

প্ৰতিদ্বন্দী অষ্ট্ৰেলিয়া বাদেই, হয়তো ভাৰতীয় অনুৰাগীয়েও আশা কৰা নাছিল এনে প্ৰদৰ্শন! কিন্তু অত্যন্ত মনোবলেৰে আজি কাটাৰৰ আহমদ বিন আলী ষ্টেডিয়ামত জিলিকি উঠে ভাৰতীয় দল। জিলিকি উঠে ভাৰতীয় দলৰ ৰক্ষণ শক্তি।

গ্ৰুপ বিৰ এই প্ৰথম মেচখনত অষ্ট্ৰেলিয়াই আছিল হট ফেভাৰিট। দলটোৱে সেই দৰেই আগবঢ়ায় প্ৰদৰ্শনো। কিন্তু এটা গলৰ মুখ দেখিবলৈ দলটোৱে কৰিব লগা হয় বহু কষ্ট। অষ্ট্ৰেলইয়ান আক্ৰমণক প্ৰতিহত কৰি ভাৰতে দেখুৱায় চমকপ্ৰদ ডিফেন্সিভ শ্ব’।

ভাৰতীয় দলৰ এনে দুৰন্ত ডিফেন্সৰ বাবেই প্ৰথমটো গলৰ বাবে অষ্ট্ৰেলিয়াই অপেক্ষা কৰিব লগা হয় মেচৰ ৫০ মিনিটলৈকে। অৱশে মেচৰ প্ৰাৰম্ভিক সময়ছোৱাত ভাৰতে আক্ৰমণতো দেখাইছিল পাৰদৰ্শিতা।

মেচৰ তিনিমিনিটতে ছাংটেই বাওঁফালৰ পৰা অষ্ট্ৰেলিয়ান গলবক্সলৈ আগবঢ়াইছিল এটা দৰ্শনীয় ক্ৰছ। কিন্ত দলৰ অধিনায়ক তথা আক্ৰমণৰ মূল হোতা সুনীল ছেত্ৰীৰ পৰআ কিছু আঁতৰত পৰে ছাংটেই আগবঢ়োৱা এই ক্ৰছ।

ইয়াৰ পিছতো ভাৰতীয় দলে অষ্ট্ৰেলিয়ান গলবক্সত কেইবাটাও আক্ৰমণ চলায়। সমান্তৰালকৈ বৃদ্ধি পায় অষ্ট্ৰেলিয়াৰ আক্ৰমণো। ইয়াৰ মাজতে ভাৰতে লাভ কৰে গল স্ক’ৰৰ এক সুৱৰ্ণ সুযোগ।

এইবাৰ সোঁফালৰ পৰা নিখিল পূজাৰীয়ে এক নিখুঁত ক্ৰছ গলবক্সলৈ সোমোৱাই দিয়ে। অধিনায়ক ছেত্ৰীয়ে এই ক্ৰছ সংযোগ কৰে যদি তেওঁৰ হেড বাহিৰলৈ যায়। ইয়াৰ পিছত অৱশ্যে বৃদ্ধি পায় অষ্ট্ৰেলিয়াৰ আক্ৰমণ।

কিন্তু ভাৰতীয় দলৰ ৰক্ষণ বিভাগৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে গল স্ক’ৰত বিফল হয় আৰু প্ৰথমাৰ্ধ গলশূন্যভাৱে সামৰণি পৰে। অৱশ্যে দ্বিতীয়াৰ্ধৰ পঞ্চম মিনিটতে সফলতা লাভ কৰে অষ্ট্ৰেলিয়াই।

ভাৰতীয় গলৰক্ষক গুৰপ্ৰীতৰ ভুল কাৰ্যকৰী কৰি জেকচন ইৰভাইনে মেচৰ ৫০ মিনিটত অষ্ট্ৰেলিয়াৰ হৈ প্ৰথমটো গল দিয়ে। তাৰ পিছত ইটোৰ পিছত সিটো আক্ৰমণ চলাই থকা দলটোৰ হৈ ৭৩ মিনিটত জৰ্ডান বছে দইয়ে দ্বিতীয় তথা নিৰ্ণায়ক গল।

পৰাজয়ৰ সন্মুখীন হ’লেও অৱশ্যে মেচখনত ভাৰতৰ প্ৰদৰ্শন সন্তোষজনক বুলিব পাৰি। বিশেষকৈ দিফেন্সত ভাৰতৰ প্ৰদৰ্শন আছিল অত্যন্ত প্ৰশংসনীয়। প্ৰথমাৰ্ধতে মূৰত আঘাত পোৱাৰ পোৱাৰ পিছতো সন্দেশ জিংঘানে বেণ্ডেজ লগায়েই ভেটি ৰাখে অষ্ট্ৰেলিয়াৰ আক্ৰমণ।

জিংঘানলৈ যোজ্ঞ সহযোগিতা আগবঢ়ায় ৰাহুল, শুভাশীস আৰু সুৰেশে। মনবীৰ আৰু নিখিল পূজাৰীয়েও প্ৰতিহত কৰে বিপক্ষৰ কেইবাটাও শ্বট। ডিফেন্সৰ এনে চমকৰ বাবে ভাৰতৰ বিপক্ষে হয় মাত্ৰ দুটা গল।

পৰাস্ত হ’লেও অৱশ্যে এই প্ৰদৰ্শনে ভাৰতক সহায় কৰিব। প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটা দলৰ লগতে ছটা গ্ৰুপৰ চাৰিটা শ্ৰেষ্ঠ তৃতীয় স্থানৰ দলে ১৬ নং নকআউট ৰাউণ্ডলৈ আগবাঢ়িব। গতিকে গল ব্যৱধানৰ হাৰত ভাৰতৰ আজিৰ প্ৰদৰ্শন গুৰুত্বপূৰ্ণ প্ৰমাণিত হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd