• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাংলাদেশৰ ক্ৰিকেটাৰৰ দল গুৱাহাটীত উপস্থিত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 26, 2019 8:51 am

1 min read

Barsapara_Cricket_Stadium_match_under_floodlights-750x375

বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ ফাইল ফটো

2.5k
VIEWS
Share on FacebookShare on Twitter

অসম ক্ৰিকেট সন্থাৰ আমন্ত্ৰণ ক্ৰমে দেওবাৰে গুৱাহাটীত উপস্থিত হয়হি বাংলাদেশৰ ক্ৰিকেটাৰৰ দল তথা আগশাৰীৰ সূৰ্য তৰুণ ক্লাব।

চুবুৰীয়া দেশখনৰ ক্ৰিকেটাৰৰ দলটোৱে অসম ৰঞ্জী ট্ৰফীৰ সাম্ভাব্য দলটোৰ সৈতে পাঁচ খন প্ৰস্তুতি খেলত অংশলোৱাৰ উদ্দেশ্যে গুৱাহাটীত উপস্থিত হয়হি।

বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগীয়া খেলখনৰ প্ৰথমখন খেল সোমবাৰৰ পৰা অৰ্থাৎ আজিৰ পৰা আৰম্ভ হ’ব। বাংলাদেশৰ দলটোত দেশখনৰ জাতীয় এ দলৰ ৬ গৰাকী খেলুৱৈ আছে।

বাংলাদেশৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ এডেলাইটৰ এটা ক্ৰিকেট দলকো অসমে আমন্ত্ৰণ জনাইছিল যদিও দলটো আহিব নোৱাৰাত তেওঁলোকক পৰৱৰ্তী সময়ত আমন্ত্ৰণ জনোৱা হ’ব বুলি সন্থাৰ তৰফৰ পৰা জনোৱা হয়।

বাংলাদেশৰ দলটোৰ সৈতে প্ৰস্তুতি খেলত অংশগ্ৰহণ কৰাৰ পাছতে ৰঞ্জী ট্ৰফীৰ অভিযান আৰম্ভ কৰিবলগীয়া অসম দলটোক এনেধৰণৰ বিশেষ প্ৰস্তুতিয়ে ভাল প্ৰদৰ্শন আগবঢ়োৱাত সহায় কৰিব বুলি আশা কৰা হৈছে।

Recent News

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

a job

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ওলাইছে চাকৰি, কোনে ,কেতিয়ালৈ কৰিব পাৰিব আবেদন? পঢ়ক সৱিশেষ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd