• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

বিশ্ব বেডমিণ্টনত ইতিহাস ৰচা পি ভি সিন্ধুক সাক্ষাৎ ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৰ

ক্ৰীড়া মন্ত্ৰী ৰিজিজুৱে সিন্ধুক ১০ লাখ আৰু চাই প্ৰণীথক ৪ লাখ টকাৰ চেক প্ৰদান কৰে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 27, 2019 5:13 pm

2 min read

EC9c0mvUUAAQlh6

ফটো উৎস : টুইটাৰ

1.1k
VIEWS
Share on FacebookShare on Twitter

বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদকেৰে ইতিহাস ৰচা দেশৰ তাৰকা শ্বাটলাৰ পি ভি সিন্ধুক আজি সাক্ষাৎ কৰে ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৱে।

উল্লেখ্য যে সিন্ধুৱে দেওবাৰে জাপানৰ প্ৰতিদ্বন্দ্বি নজমি ওকুহাৰাক ২১-৭, ২১-৭ ছেটত পৰাস্ত কৰি ছুইজাৰলেণ্ডৰ বাছেলত অনুষ্ঠিত বিশ্ব চেম্পিয়শ্বিপৰ মহিলাৰ ছিংগলছ শাখাৰ স্বৰ্ণ পদক দখল কৰিছিল।

মন্ত্ৰী গৰাকীয়ে প্ৰথমবাৰৰ বাবে বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ জয়ী হৈ ইতিহাস ৰচা তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা পি ভি সিন্ধুক সন্মানিত কৰাৰ কথা টুইটাৰযোগে জনায়।

Honoured @Pvsindhu1 who created history and made India proud by winning the World Badminton Championship for the first time! My best wishes to her in her pursuit to bring more glory to India?? pic.twitter.com/2iwtfmlVIb

— Kiren Rijiju (@KirenRijiju) August 27, 2019

সাক্ষাতৰ সময়ত মন্ত্ৰী গৰাকীয়ে পি ভি সিন্ধুক ১০ লাখ টকাৰ এখন চেক প্ৰদান কৰে।

ইফালে বিশ্ব চেম্পিয়নশ্বিপত পুৰুষৰ ছিংগলছ শাখাত ব্ৰঞ্জ পদক দখল কৰা চাই প্ৰণীথকো আজি ক্ৰীড়া মন্ত্ৰী গৰাকীয়ে সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ৪ লাখ টকাৰ চেক প্ৰদান কৰে।

‘মই ভাৰতীয় হিচাবে সঁচাই গৌৰৱ অনুভৱ কৰিছো। মই দেশৰ হৈ যাতে আৰু অধিক পদক দখল কৰিব পাৰো তাৰ চেষ্টা কৰিম’। সংবাদ মাধ্যমৰ আগত এইদৰে কয় পি ভি সিন্ধুৱে।

তেওঁ লগতে কয়, ‘অনুশীলন আৰু চেষ্টাই হৈছে সফলতাৰ মূল মন্ত্ৰ। মোৰ প্ৰতিগৰাকী অনুৰাগীকে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো। কিয়নো তেওঁলোকৰ মৰম আৰু সমৰ্থনৰ বাবেই আজি মই এই স্থানত উপনীত হৈছো’।

উল্লেখ্য যে বিশ্ব চেম্পিয়নশ্বিপত সিন্ধুৰ এয়া পঞ্চমটো পদক। ইয়াৰ লগে লগে দুবাৰৰ অলিম্পিক গ’ল্ড মেডেলিষ্ট চীনৰ ঝাং নিঙৰ সৈতে যুটীয়াভাৱে এই টুৰ্ণামেণ্টৰ সৰ্বাধিক পদক দখলকাৰী শ্বাটলাৰ হিচাপে পৰিগণিত হয় সিন্ধু।

বিশ্ব চেম্পিয়নশ্বিপত সিন্ধুৱে দুটা ৰূপ, দুটা ব্ৰঞ্জ আৰু এটা স্বৰ্ণ পদক দখল কৰিছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd