• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উদীয়মান শ্বুটাৰ হৃদয় হাজৰিকালৈ ২০১৮ ৰ ‘বছৰটোৰ ক্ৰীড়াবিদ বঁটা’

এন ই নাও নিউজ by এন ই নাও নিউজ
June 25, 2019 5:14 pm
Dm9yDLFVsAAShyX-1-1140x570

পিতৃ মাতৃৰ সৈতে হৃদয় হাজৰিকা। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ উদীয়মান শ্বুটাৰ হৃদয় হাজৰিকালৈ আগবঢ়োৱা হৈছে ২০১৮ ৰ ‘বছৰটোৰ ক্ৰীড়াবিদ বঁটা। অহা ২৬জুনত মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া য়ুনাইটেড ব্ৰাদাৰ্ছ ক্লাৱৰ অসম ক্ৰীড়া বঁটা প্ৰদান অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব।

ৰাজ্যখনৰ বহু খ্যাতিমান ক্ৰীড়াবিদ তথা বিশিষ্ট ব্যক্তিৰ লগতে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালো এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব।

Apply Now

অসমৰ উদীয়মান শ্বুটাৰ হৃদয় হাজৰিকাই নিজৰ সোণোৱালী শ্বুটিং কেৰিয়াৰত কেইবাটাও আন্তঃৰাষ্ট্ৰীয় পদকৰ সংযোজনেৰে দেশৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

যুৱ শ্বুটাৰ গৰাকীয়ে দক্ষিণ কোৰিয়াত অনুষ্ঠিত হোৱা  ৫২ সংখ্যক আই এছ এফ বিশ্ব শ্বুটিং চেম্পিয়নশ্বিপত জুনিয়ৰ শাখাৰ ব্যক্তিগত ১০ মিটাৰ এয়াৰ ৰাইফলত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

আনহাতে, জাৰ্মানীত অনুষ্ঠিত আই এছ চি এইছ (ইণ্টাৰনেশ্যনেল শ্বুটিং কম্পিটিশ্যন অৱ হেন’ভাৰ)ত প্ৰতিভাৱান শ্বুটাৰ হৃদয়ে ব্যক্তিগত ১০ মিটাৰ এয়াৰ ৰাইফলৰ জুনিয়ৰ শাখাত ব্ৰঞ্জৰ পদক দখল কৰাৰ লগতে ১০ মিটাৰ এয়াৰ ৰাইফলৰ দলীয় শাখাতো সোণৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল।

তদুপৰি, হৃদয়ে ২০১৭ চনত জাপানত অনুষ্ঠিত দশম ‘এছিয়ান এয়াৰ গান  চেম্পিয়নশ্বিপ’ ত সোণৰ পদক অৰ্জন কৰাৰ লগতে লগতে ২০১৮ চনত চেক গণৰাজ্যৰ পিলজেনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় শ্বুটিং প্ৰতিযোগিতাৰ জুনিয়ৰ দলীয় শাখাত ব্ৰঞ্জ পদক দখল কৰিবলৈ সক্ষম হৈছিল।

উল্লেখযোগ্য যে, ভাৰতীয় শ্বুটিঙৰ উজ্জল তাৰকা হৃদয় নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত মাধৱদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শৰৎ হাজৰিকা আৰু ইভা শইকীয়া হাজৰিকাৰ একমাত্ৰ সন্তান।

ইপিনে, ৰাজ্যখনৰ আন এগৰাকী উদীয়মান বেডমিন্টন খেলুৱৈ অস্মিতা চলিহাক এই অনুষ্ঠানত বছৰটোৰ উদীয়মান ক্ৰীড়াবিদ হিচাপে সন্মানিত কৰা হ’ব। ইয়াৰোপৰি, বিভিন্ন ক্ৰীড়াত সাফল্য কঢ়িয়াই অনা আন ১১ গৰাকী ক্ৰীড়াবিদকো এই অনুষ্ঠানত সম্বৰ্দ্ধনা জনোৱা হ’ব।

অনুষ্ঠানত সন্মান জনাবলগীয়া ক্ৰীড়াবিদ কেইগৰাকী হ’ল- হেমফু বনজাং (কাৰাটে), কবিতা দেৱী(ফেন্সিং), আস্থা চৌধুৰী(সাঁতোৰ), গোলাপ ৰাভা(বডিবিল্ডিং). বিজয় ডেকা(মাৰাথান), নিশান্ত বৰদলৈ(প্ৰশিক্ষক), ড০ জ্ঞানংকৰ মেধি, ড০ শান্তনু দত্ত, ড০ বিভাস ভাগৱতী, প্ৰকাশ বসুমতাৰী, অমিতাভ দত্ত (আটাইকেইজন আইৰণ মেন)।

তদুপৰি, ক্ৰিকেট প্ৰশিক্ষক নবাব আলী অৰু গণেশ ৰাইক ক্ৰমে শ্ৰেষ্ঠ প্ৰম’টাৰ আৰু শ্ৰেষ্ঠ ফুটবল প্ৰশিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd