• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দৌৰ ৰাণী হিমাৰ পৰিয়াললৈ বিনামূলীয়া চিকিৎসা সুবিধা আৰু স্বাস্থ্য বীমা

গুৱাহাটীৰ লতাশিল খেলপথাৰত অভিনন্দন অনুষ্ঠান

মুকুট দাস by মুকুট দাস
September 10, 2018 10:24 pm
Hima Das
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দৌৰ ৰাণী হিমা দাসৰ লগতে তেওঁৰ পৰিয়ালক ভাৰতৰ যিকোনো ঠাইতে বিনামূলীয়া চিকিৎসা সুবিধা আগবঢ়াব গুৱাহাটীস্থিত হায়াট হস্পিতালে। হিমা দাসক অভিনন্দন জনোৱাৰ উদ্দেশ্যে আজি গুৱাহাটীৰ লতাশিল খেলপথাৰত আছুয়ে আয়োজন কৰা এক অনুষ্ঠানত চিকিৎসালয়খনে এই ঘোষণা কৰে।

তদুপৰি একে অনুষ্ঠানতে নেমকেয়াৰ হস্তপিতালেও দৌৰবিদ গৰাকীৰ গোটেই পৰিয়ালটোলৈ ৫ লাখ টকাৰ স্বাস্থ্য বীমা আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

Apply Now

আজিৰ উক্ত অভিনন্দন অনুষ্ঠানত কেইবাখনো মহাবিদ্যালয়, ক্ৰীড়া ক্লাবকে ধৰি প্ৰায় ১৬০টা বিভিন্ন সংগঠনে হিমাক সম্বৰ্ধনা জনায়।

আছুয়ে হিমাক স্থপতি বীৰেন সিংহই সাজি উলিওৱা এটি স্মাৰক, এখন প্ৰসস্তিপত্ৰ আৰু এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি আছুৰ উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টচাৰ্যই কয়, ‘আছুয়ে কেৱল আন্দোলন কৰে বুলিহে আমাৰ এটা ইমেজ আছে। হয়, অসমৰ মানুহৰ বৃহত্তৰ স্বাৰ্থত আমি আন্দোলন কৰোঁ। এতিয়া আমি হিমাৰ দৰে প্ৰতিভাক উলিয়াই অনাৰ আন্দোলনত নামিছো।‘

তেওঁ লগতে কয়, ‘আমি ৰাজ্যৰ জনসাধাৰণৰ মাজলৈ এটা বাৰ্তা প্ৰেৰণ কৰি খুজিছো- মোৰ কাম মোৰ দেশৰ কাম আৰু মোৰ গৌৰৱ মোৰ দেশৰ গৌৰৱ।‘

হিমাক উৎকৃষ্ট প্ৰক্ষিশণৰ প্ৰদানৰ বাবে ৰাজ্য চৰকাৰক প্ৰৰ্যাপ্ত আন্তঃগাঠনি গঢ়ি তুলিবলৈ আহ্বান জনাই ভট্টচাৰ্যই হিমাক সোণৰ পদকৰ বাবে হেঁচা নিদিবলৈ সকলো লোকলৈ আহ্বান জনায়।

ইয়াৰ উপৰি আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৰাজ্য চৰকাৰক শীঘ্ৰে এখন সৰ্বাত্মক ক্ৰীড়া নীতি প্ৰস্তুত কৰিবলৈ আহ্বান জনায়।

আজিৰ অনুষ্ঠানত হিমাৰ পৰিয়ালৰ লগতে প্ৰশিক্ষক নিপন দাস আৰু নৱজিত মালাকাৰ উপস্থিত থাকে।

মুকুট দাস

মুকুট দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd