• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৭ বছৰৰ মূৰত ফিল্ডলৈ উভতিছে এইগৰাকী বিশ্বকাপ বিজয়ী ভাৰতীয় বলাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 24, 2020 9:53 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতে যেতিয়া ২০০৭ চনত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত পাকিস্তানক পৰাস্ত কৰি টি-২০ বিশ্বকাপ জয়ী হৈছিল, তেতিয়া দলৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল সান্থাকুমাৰন শ্ৰীসন্থে।

এইগৰাকী সোঁহতীয়া বেগী বলাৰৰ চুইঙত বিশ্বৰ অভিজ্ঞ আৰু ডাঙৰ ডাঙৰ বেটছমেনসকল শলঠেকত পৰিছিল।

Apply Now

বিশ্বকাপৰ ছেমিফাইনেলত শক্তিশালী অষ্ট্ৰেলিয়াৰ বিস্ফোৰক অপেনিং বেটছমেন মেথিউ হেডেন আৰু এডাম গিলখ্ৰীষ্টক আউট কৰি ভাৰতৰ বিজয় সহজ কৰি তুলিছিল এইগৰাকী শ্ৰীসন্থে।

ইয়াৰ উপৰি আই পি এলতো এইগৰাকী বলাৰে কিংছ ইলেভেন পঞ্জাৱৰ হৈ খেলি ভাল প্ৰদৰ্শন কৰি থৈছে।

তেওঁৰ কেৰিয়াৰৰ মাজভাগত তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নিজকে এগৰাকী প্ৰতিভাশালী বলাৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাৰ সময়তে আই পি এলত স্পট ফিক্সিং কৰি আজীৱন নিষেধাজ্ঞাৰ বলি হৈছিল।

এতিয়া ৭ বছৰ নিষেধাজ্ঞা কটোৱাৰ পিছত ক্ৰিকেট জগতলৈ পুনৰ উভতি আহিছে এছ শ্ৰীসন্থ।

কিন্তু এইখিনিতে সকলোৰে মনলৈ অহা প্ৰশ্নটো হৈছে, সাতবছৰৰ মূৰত শ্ৰীসন্থ আগৰ দৰে প্ৰদৰ্শন আগবঢ়াব পাৰিবনে?

ফিটনেছৰ লগতে বয়সৰ সমস্যাই তেওঁক পুনৰ ক্ৰিকেট ফিল্ডলৈ ঘূৰাই অনাত যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব।

তেওঁ ক্ৰিকেট ফিল্ডৰ পৰা আঁতৰি থকা সাতবছৰ হ’ল, আৰু এই সাতবছৰত বহু সলনি হ’ল ক্ৰিকেট। ক্ৰিকেট এতিয়া দ্ৰুত গতিত আগবাঢ়িছে।

ইয়াৰ মাজতে, ক্ৰিকেটলৈ উভতিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে শ্ৰীসন্থে।

আই পি এলত স্পট ফিক্সিং কৰাৰ বাবে ২০১৩ চনত বি চি চি আইয়ে তেওঁৰ ওপৰত আজীৱন নিষেধাজ্ঞা আৰোপ কৰিছিল।

তেওঁ বি চি চি আইৰ শাস্তিৰ বিৰুদ্ধে আদালতত আবেদন জনাইছিল। আৰু এই যুঁজত জয়ী হৈছিল বেগী বলাৰ গৰাকী।

সাত বছৰ নিলম্বিত হৈ থকাৰ পিছত, তেওঁ এতিয়া ক্ৰিকেট ফিল্ডলৈ ঘূৰি আহিবলৈ সাজু। ২০২০ চনৰ ছেপ্তেম্বৰত তেওঁৰ শাস্তিৰ ম্যাদ উকলিছে।

শ্ৰীসন্থে কেৰালা ক্ৰিকেট এছ’চিয়েশ্যনৰ দ্বাৰা আয়োজিত প্ৰেছিডেণ্ট টি-২০ কাপত অংশ ল’ব। এই প্ৰতিযোগিতাখন ডিচেম্বৰ মাহত অনুষ্ঠিত হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm
নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd