DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Sri Lanka Crisis: দেশ এৰি পলাবলৈ লোৱাৰ সময়তে বিমানবন্দৰত আটক কৰা হৈছে বাচিল ৰাজাপাক্ষেক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 12, 2022 3:38 pm
বাচিল ৰাজাপাক্ষে।

বাচিল ৰাজাপাক্ষে।

163
VIEWS
Share on FacebookShare on Twitter

Basil Rajapaksa stopped from leaving the country শ্ৰীলংকাৰ প্ৰাক্তন বিত্ত মন্ত্ৰী বাচিল ৰাজাপাক্ষেক দেশ এৰি যাবলৈ ওলোৱাৰ সময়তে বিমানবন্দৰত আটক কৰা হৈছে। ফলত তেওঁ দেশ এৰি যাব নোৱাৰিলে। স্থানীয় সংবাদ মাধ্যমসমূহে বাতৰিটো প্ৰকাশ কৰিছে।

সংবাদ সংস্থাৰ বাতৰি মতে আন যাত্ৰীসকলে প্ৰতিবাদ আৰম্ভ কৰাৰ বাবে বাচিলক বিমানখনত উঠিবলৈ অনুমতি দিয়া হোৱা নাছিল। অৱশ্যে বাচিলে কোনখন দেশলৈ যোৱাৰ চেষ্টা কৰিছিল সেয়া জানিব পৰা হোৱা নাই।

লগতে পঢ়ক: Sri Lanka Crisis: ২০ জুলাইত শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচন; অস্থিৰতাৰ মাজতেই আৰম্ভ তৎপৰতা

প্ৰতিবাদৰ সন্মুখীন হৈ বাচিলে যোৱা এপ্ৰিলত মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল।

ইয়াৰ পূৰ্বে জনসাধাৰণৰ ক্ষোভৰ সন্মুখীন হৈ দেশৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেক অপসাৰণ কৰা হৈছিল। তেওঁ বুধবাৰে পদত্যাগ কৰিব বুলি ঘোষণা কৰিছে। বৰ্তমান গোটাবায়া আৰু তেওঁৰ ভায়েক দেশৰ সদ্য প্ৰাক্তন প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাক্ষে ক’ত আছে সেয়া গোপনে ৰখা হৈছে।

প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমাসিংহে ক’ত আছে সেইটোও গোপন ৰখা হৈছে। অৱশ্যে তেওঁ নিয়মীয়াকৈ কাৰ্যালয়ত থকা বুলি কোৱা হৈছে।

ডেইলী মিৰ’ৰত প্ৰকাশিত প্ৰতিবেদন অনুসৰি বাচিলে জনসাধাৰণৰ ক্ষোভৰ পৰা পৰিত্ৰাণ পাবলৈ কলম্বো বিমানবন্দৰৰ পৰা ডুবাইলৈ পলাই যাবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁ তাত উপস্থিত হোৱাৰ লগে লগে আন যাত্ৰীসকলে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে।

লগতে পঢ়ক: Supreme Court: গ্ৰীষ্ম বন্ধৰ পিছত কামলৈ উভতিয়ে গঢ়িলে অভিলেখ; এদিনতে ৪৪টা ৰায় প্ৰদান উচ্চতম ন্যায়ালয়ৰ!

অৱশেষত বিমানবন্দৰৰ ইমিগ্ৰেচন বিভাগৰ বিষয়াসকলে বাচিলক বিমানখনত উঠিবলৈ দিবলৈ অস্বীকাৰ কৰে। বাধাৰ সন্মুখীন হৈ তেওঁ বিমানবন্দৰ ত্যাগ কৰে।

Protests at the BIA airport by passengers and officials prevents Basil Rajapaksa from leaving for the US via Dubai #SriLanka #BIA #BasilRajapaksa pic.twitter.com/FB8YbRJAeE

— Easwaran Rutnam (@easwaranrutnam) July 12, 2022

দৰাচলতে, ৰাজাপাক্ষেসকলৰ চাৰিজন ভাই-ককাই। চামাল, মহিন্দা, গোটাবায়া আৰু বাচিল ৰাজপাক্ষে। চামাল ৰাজাপাক্ষেৰ প্ৰাক্তন অধ্যক্ষ। মহিন্দা ৰাজপাক্ষেই দীৰ্ঘদিন ধৰি শ্ৰীলংকা চৰকাৰৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।

Recent News

বঙাইগাঁৱৰ পোপৰাগাঁৱত বিৰল প্ৰজাতিৰ অতি বিষাক্ত ৰাছেল ভাইপাৰ সাপ উদ্ধাৰ

বঙাইগাঁৱৰ পোপৰাগাঁৱত বিৰল প্ৰজাতিৰ অতি বিষাক্ত ৰাছেল ভাইপাৰ সাপ উদ্ধাৰ

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd