• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰাক্তন ক্ৰিকেটাৰৰ মন্তব্য : মই নিৰ্বাচক হ’লে শিখৰ ধাৱানক টি-২০ দলত স্থান নিদিলো হয়

এন ই নাও নিউজ by এন ই নাও নিউজ
January 6, 2020 4:48 pm
Shikhar_Dhawan

শিখৰ ধাৱান

8k
VIEWS
Share on FacebookShare on Twitter

চলিত বছৰৰ শেষৰফালে অষ্ট্ৰলিয়াত অনুষ্ঠিত হ’ব লগীয়া টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলত বাঁওহতীয়া অপেনাৰ বেটছমেন শিখৰ ধাৱানৰ ঠাইত কে এল ৰাহুলক অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰিছে ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচক ক্ৰিছ শ্ৰীকান্তে।

দীৰ্ঘদিনৰ বিৰতিৰ মূৰত ভাৰতীয় দললৈ উভটি অহা শিখৰ ধাৱানৰ অনুপস্থিতিত সীমিত অভাৰৰ ক্ৰিকেটত ৰাহুলে সুন্দৰ বেটিং প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছিল। সেয়ে শ্ৰীকান্তে ধাৱানৰ ঠাইত ৰাহুলক অগ্ৰাধিকাৰ দিছে।

৩৪ বছৰীয়া বাঁওহতীয়া বিস্ফোৰক বেটছমেন ধাৱানে যোৱা বছৰ আগষ্ট মাহতে প’ৰ্ট অব স্পেনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শেষবাৰৰ বাবে এদিনীয়া মেচত অংশ লৈছিল।

আনহাতে ধাৱানৰ ঠাইত অপেনিং বেটছমেন হিচাপে অন্তৰ্ভুক্ত হোৱা ৰাহুলে ৱেষ্ট ইণ্ডিৰ বিৰুদ্ধে সদ্য সমাপ্ত এদিনীয়া শৃংখলাটোত যথেষ্ট ভাল প্ৰদৰ্শন আগবঢ়াইছে।

উল্লেখ্য যে ফৰ্ম আৰু আঘাতৰ বাবে দলৰ পৰা বাহিৰ হৈ থকা শিখৰ ধাৱানক শ্ৰীলংকাৰ বিৰুদ্ধে চলি থকা তিনিখনীয়া টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলত পুনৰ অন্তৰ্ভুক্ত কৰা হৈছে।

Recent News

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd