DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰধান মন্ত্ৰীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি ১৪ ছেপ্তেম্বৰৰ পৰা বিজেপিয়ে কৰিব ‘সেৱা সপ্তাহ’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 13, 2019 9:53 pm
4.4k
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি কাইলৈৰ পৰা ভাৰতীয় জনতা পাৰ্টীয়ে সমগ্ৰ দেশজুৰি কৰিব ‘সেৱা সপ্তাহ।’ সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ অসমতো ৰাজ্যিক বিজেপিয়ে পালন কৰিব এই ‘সেৱা সপ্তাহ।’ ৰাজ্যিক বিজেপিৰ মেডিয়া বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলে নৰ্থ ইষ্ট নাওৰ সাংবাদিকক এই কথা জানিবলৈ দিয়ে।

কাইলৈৰ পৰা অৰ্থাৎ ১৪ ছেপ্তেম্বৰৰ পৰা ২০ ছেপ্তেম্বৰলৈকে চলিব এই ‘সেৱা সপ্তাহ।’

কাইলৈ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে হেঙেৰাবাৰীস্থিত কাৰ্বি খেলপথাৰত সেৱা সপ্তাহৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰাৰ লগতে নিজে ৰক্তদান কৰি ৰক্তদান শিবিৰৰ কাৰ্য্যসূচীও শুভাৰম্ভ কৰিব বুলি মৰলে আমাক জানিবলৈ দিয়ে।

মৰলে জানিবলৈ দিয়া অনুসৰি সেৱা সপ্তাহৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ’বলগীয়া ৰক্তদান শিবিৰ প্ৰত্যেক মণ্ডল, জিলা পৰ্য্যায়তো অনুষ্ঠিত হ’ব, য’ত ৰাজ্যিক পৰ্য্যায়ৰ পৰা বুথ পৰ্য্যায়লৈকে সকলো কাৰ্য্যকৰ্তাই ৰক্তদান কৰিব।

তদুপৰি, সেৱা সপ্তাহৰ সৈতে সংগতি ৰাখি কিছু উচ্চ অনুষ্ঠান তথা দানকৰ্তা সকলক ১০পৰা ১০০ জনলৈ দিব্যাং তথা উৎসবিহীন সকলক শিক্ষা তথা ভৰণ পোষনৰ ব্যৱস্থা কৰি দিবলৈ উৎসাহ যোগোৱা হ’ব বুলিও তেওঁ জনায়।

ইপিনে, স্বাস্থ্য পৰীক্ষা, চকু চিকিৎসা শিবিৰ, চিকিৎসালয়-অনাথালয় আৰু বৃদ্ধাশ্ৰমলৈ গৈ ৰোগী ফলমূল বিতৰণ কৰিব ৰাজ্যিক বিজেপিয়ে।

আনহাতে ৰাষ্ট্ৰীয় সমিতিয়ে প্ৰস্তুত কৰা প্ৰধান মন্ত্ৰীৰ জীৱন আৰু উপলব্ধিৰ আধাৰিত প্ৰকাশ কৰা গ্ৰন্থ সমূহ জিলাৰ জ্যেষ্ঠ দলীয় কাৰ্যকৰ্তাই সমাজৰ বিভিন্ন ব্যক্তিক ব্যক্তিগতভাৱে সাক্ষাৎ কৰি অৰ্পণ কৰিব ৷ লগতে প্ৰধান মন্ত্ৰীৰ জীৱন আৰু উপলদ্ধি সম্বন্ধীয় এক প্ৰদৰ্শনী  জিলাসমূহে প্ৰদৰ্শনৰ কৰিব বুলিও মৰলে জনায়।

তদুপৰি প্ৰতি গৰাকী সাংসদ, বিধায়ক, নিগম-নিকায়ৰ অধ্যক্ষ, সঞ্চালক, উপাধ্যক্ষ, গ্ৰামীণ আৰু নগৰ-চহৰৰ নিৰ্বাচিত প্ৰতিনিধি, পঞ্চায়ত সভাপতি, জিলা পৰিষদ, আঞ্চলিক পঞ্চায়তৰ সদস্য সকলে নিজৰ অঞ্চলৰ হাইস্কুল- মহাবিদ্যালয়লৈ গৈ ‘এবাৰ প্ৰয়োগ হোৱা প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰ সমাপ্ত কৰিবলৈ, ইয়াৰ কুফল বৰ্ণনা কৰাৰ লগতে জল সংৰক্ষণ, সংবৰ্দ্ধনৰ বাবে অভিযান আৰম্ভ কৰিব’ বুলিও তেওঁ জনায়।

Recent News

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

PPI Kit scam

পিপই কিট কেলেংকাৰী: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ তৃণমূলৰ সাংসদ শান্তনু সেন

Engine Driver Dies On Duty

চলন্ত ৰে’লতে হৃদৰোগত আক্ৰান্ত মুখ্য ইঞ্জিন চালক: সাবটিলে মৃত্যুক

Agnipath

নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান কথন: বিষয়- অগ্নিপথ দেশৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd