• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০১৮ চনৰ ভিতৰত নহয় পঞ্চায়ত নিৰ্বাচন : গুৱাহাটী উচ্চ ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ অপাৰগতা প্ৰকাশ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 31, 2018 10:16 pm

1 min read

Assam-gram-panchayat-election-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

105
VIEWS
Share on FacebookShare on Twitter

পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাটো এক প্ৰকাৰৰ অনিশ্চয়তাৰ মাজলৈ গতি কৰিছে। ২০১৮ চনৰ ভিতৰত ৰাজ্যখনত পঞ্চায়ত নিৰ্বাচন পতাটো অসম্ভৱ বুলি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজ্যিক নিৰ্বাচন আয়োগে এখন লেখ আৱেদন দাখিল কৰিছে।

উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালে অহা ১৫ ছেপ্তেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্যৰ নিৰ্বাচন আয়োগক নিৰ্দেশ দিছিল। কিন্তু এন আৰ চিৰ কামত ৰাজ্যৰ বহু হাজাৰ কৰ্মচাৰী নিয়োজিত হৈ থকাৰ অজুহাতত নিৰ্বাচন আয়োগে এই সময়ত নিৰ্বাচন পতাটোত জটিলতা আছে বুলি কৈ আহিছে।

কেৱল পঞ্চায়ত নিৰ্বাচনেই নহয় গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনো অনুষ্ঠিত কৰিবলগীয়া হৈ আছে। ইফালে উত্তৰ কাছাৰ পাৰ্বত্য জিলা স্বায়ত্তশাসিত পৰিষদৰ লগতে ৰাভা হাছং স্বায়ত্ত পৰিষদৰ কাৰ্যকালো অহা ডিচেম্বৰত অন্ত পৰিব।

কিন্তু এন আৰ চিৰ কাম চলি থকা বাবেই এতিয়া এই আটাইবোৰ নিৰ্বাচন পিছুৱাই নি থাকিব বিচাৰিছে নিৰ্বাচন আয়োগে।

আনহাতে ২০১৯ চনৰ প্ৰথম ভাগতে লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। গতিকে ২০১৯ চনৰ প্ৰথমৰ ফালেও সম্ভৱ নহ’ব পঞ্চায়ত নিৰ্বাচন।

Recent News

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

Legendary classical musician Ustad Ghulam Mustafa Khan dies at 89

ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কিংবদন্তি শিল্পী ওস্তাদ গুলাম মুস্তাফা খান আৰু নাই

a modi

মাৰ্ঘেৰিটাত ৩ শতাধিক সমৰ্থকসহ জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিনন্দ গড়ৰ AJP দলত যোগদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd