• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেতিয়াৰ পৰা খুলিব চৰকাৰী কাৰ্যালয়? মুকলি হ’ব নে সুৰাৰ বিপণী? কি সিদ্ধান্ত ল’লে ৰাজ্যিক কেবিনেটে?

সম্পন্ন হ’ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক; কি সিদ্ধান্ত হ’ল বৈঠকত?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 12, 2020 7:10 pm
13a9258e-35ed-46c6-b423-6b0daf0726e7
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ল’কডাউন সন্দৰ্ভত আজি খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী আইন মহাবিদ্যালয়ত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক। সেই বৈঠকত ৰাজ্য চৰকাৰে গ্ৰহণ কৰে কেতবোৰ সিদ্ধান্ত।

বৈঠকৰ অন্তত কেন্দ্রীয় চৰকাৰৰ যি নীতি নির্দেশনা সেয়াই  অসমতো প্রযোজ্য হ’ব বুলি মন্তব্য উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ। ৰাজ্য চৰকাৰে নিজে কোনোধৰণৰ সিদ্ধান্ত নলয় বুলিও মন্তব্য কৰে পাটোৱাৰীয়ে।

Apply Now

“লকডাউনক লৈ অসম চৰকাৰৰ নিজা কোনো সুকীয়া সিদ্ধান্ত নাই।” পাটোৱাৰীয়ে এইদৰে কয়।

সুৰাৰ বিপনী খোলা নোখোলাক লৈ কেবিনেটে কোনো সিদ্ধান্ত লোৱা নাই বা আলোচনা কৰা নাই বুলি তেওঁ সদৰী কৰে।

ইপিনে এই সন্দৰ্ভত বৈঠকৰ অন্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৱকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয়, ৰাজ্য চৰকাৰৰ কেবিনেটত সুৰাৰ বিপণী মুকলি কৰাৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তকে মানি ল’ব।

আনহাতে, উক্ত কেবিনেট বৈঠকৰ অন্তত জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই অহা ১৫ এপ্ৰিল বা ব’হাগ বিহুৰ পাছৰ পৰা ৰাজ্যৰ চৰকাৰী কাৰ্য্যালয় সমূহ মুকলি কৰাৰ ইংগিত দিয়ে।

তেওঁ কয় ‘কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মতে আমি ল’কডাউনটো মানি আছো। যদি কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰে তেন্তে আমি মানিব লাগিব। কাইলৈ অৰ্থ্যাৎ ১৩ এপ্ৰিলৰ সন্ধিয়াৰ ভিতৰত আমি গম পাম আৰু কিমান দিন এই ল’কডাউন বৃদ্ধি কৰে। এই বৃদ্ধিটো zone ভেদে অলপ বেলেগ ধৰণৰ হ’ব পাৰে। অসমে কিছু ক্ষেত্ৰত ৰেহাই পাব পাৰে, কিয়নো ব’হাগ মাহত খেতিৰ কথা আছে। ল’কডাউন মানি চলিব লাগিব আৰু উন্নয়নৰ কামো কৰিব লাগিব। ১৫ এপ্ৰিলৰ পাছত অৰ্থ্যাৎ বিহুৰ পাছতে ৰাজ্যৰ কাৰ্য্যালয়সমূহ খোলাৰ পূৰ্ণ সম্ভাৱনা আছে। কিমান আৰু বিহু গাই থাকিম? ল’কডাউনৰ মাজতে সামাজিক ব্যৱধান মানি চলিলে কিছু কাম কৰিব পৰা যায়।‘

তেওঁৰ এই মন্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে যে অহা ১৫ এপ্ৰিলৰ পৰা সামাজিক ব্যৱধান মানি অৰ্থ্যাৎ ৫০ শতাংশ বিষয়া কৰ্মচাৰীৰ উপস্থিতিৰে চলি যাব চৰকাৰী কাৰ্য্যালয়ৰ কাম।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm
পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm
পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd