• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিৰ দাবী-আপত্তি দাখিলৰ সময় বৃদ্ধিৰ বাবে উচ্চতম ন্যায়ালয়ত আৱেদন কৰিব চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 8, 2018 9:03 am
NRC-750x375

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় এন আৰ চিৰ কাম-কাজ স্তিমিত হৈ পৰাত দাবী-আপত্তি দাখিলৰ আৰু সময় বিচাৰি ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত আৱেদন জনোৱাৰ চিন্তা-চৰ্চা কৰিছে । উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা নাম বাদ পৰা ৪০ লাখ লোকৰ নাম অন্তৰ্ভুক্তিৰ দাবী-আপত্তি দাখিলৰ সময় ২৫ ছেপ্টেম্বৰৰ পৰা অহা ১৫ ডিচেম্বৰলৈকে ধাৰ্য কৰি দিছিল।

উক্ত সময় সীমা অতিক্ৰম কৰিবলৈ আৰু মাত্ৰ সাত দিনহে বাকী আছে। ইয়াৰ মাজতে যোৱা ৫ নৱেম্বৰত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰে পৰা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰালৈকে অহা ১২ ডিচেম্বৰলৈ বিষয়া-কৰ্মচাৰী তথা ৰাইজ ব্যস্ত হৈ থাকিব। সেয়েহে ৰাজ্যৰ গৃহ বিভাগে দাবী-আপত্তি দাখিলৰ বাবে অতিৰিক্ত সময় বিচাৰি উচ্চতম ন্যায়ালয়ত আৱেদন জনোৱাৰ কথা চিন্তা কৰিছে ।

Apply Now

এইক্ষেত্ৰত গৃহ বিভাগে মুখ্য মন্ত্ৰীৰ অনুমোদনৰ অপেক্ষা কৰা বুলি জানিব পৰা গৈছে। কিয়নো পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত হৈ থকা মুখ্য মন্ত্ৰী সোণোৱালৰ অনুমোদন লাভ কৰিলেই গৃহ বিভাগে প্ৰক্ৰিয়াটোত আগবাঢ়িব। অৱশ্যে, এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব উচ্চতম ন্যায়ালয়ে। কিয়নো পূৰ্বতে পঞ্চায়ত নিৰ্বাচনৰ বাবে বাধা হ’ব বুলি এন আৰ চিৰ কামৰ সময় বিচাৰি ৰাজ্য চৰকাৰে দাখিল কৰা শপতনামাৰ উত্তৰত উচ্চতম ন্যায়ালয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি আৱেদন অগ্ৰাহ্য কৰিছিল।

উচ্চতম ন্যায়ালয়ে প্ৰয়োজনত চুবুৰীয়া ৰাজ্যৰ কৰ্মচাৰীক নিয়োজিত কৰি পঞ্চায়ত নিৰ্বাচন পতাৰো পৰামৰ্শ দি এন আৰ চিৰ কাম কোনো কাৰণতে যাতে বাধাপ্ৰাপ্ত নহয় তাৰো নিৰ্দেশ দিছিল। সেয়েহে পঞ্চায়ত নিৰ্বাচনৰ অজুহাতত দাবী-আপত্তিৰ সময় বৃদ্ধিৰ বিষয়টো উচ্চতম ন্যায়ালয়খনে মানি ল’বনে নাই সেয়া ন্যায়লয়খনৰ ওপৰতহে নিৰ্ভৰ কৰিছে।

উল্লেখযোগ্য যে মুঠ ৩.২৯ কোটি আৱেদনকাৰীৰ ভিতৰত চূড়ান্ত খচৰাত ২.৮৯ কোটি লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। ইয়াৰ বিপৰীতে ৪০ লাখ লোকৰ নাম চূড়ান্ত খচৰাত বাদ পৰিছে। আনহাতে, নাম অন্তৰ্ভুক্তিৰ বাবে এতিয়ালৈ দাবী দাখিলৰ সংখ্যা ৭ লাখ মানহে হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd