• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লকডাউনৰ ফলাফল পাবলৈ আৰম্ভ কৰিছে গুৱাহাটীয়ে : পিযুষ হাজৰিকা

দীপজ্যেতি শৰ্মা দীপজ্যোতি শৰ্মা
গুৱাহাটী , July 31, 2020 4:01 pm

1 min read

লকডাউনৰ ফলাফল পাবলৈ আৰম্ভ কৰিছে গুৱাহাটীয়ে : পিযুষ হাজৰিকা

ফটো : নৰ্থ-ইষ্ট নাও

340
VIEWS
Share on FacebookShare on Twitter

‍‘লকডাউনৰ ফলাফল গুৱাহাটীয়ে পাবলৈ আৰম্ভ কৰিছে। পূৰ্বতকৈ কমিছে আক্ৰান্তৰ সংখ্যা। গাঁও অঞ্চলত ক’ভিডৰ সংখ্যা বাঢ়িছে’, লায়নছ ক্লাবৰ বান সাহায্য মুকলি কৰি এই মন্তব্য ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাৰ৷

সকলোকে সজাগ সচেতন হোৱাৰ আহ্বান জনাই হাজৰিকাই কয়, “সকলো মানুহ সাৱধান হ’ব লাগিব। কেন্দ্ৰ চৰকাৰৰ গাইডলাইনৰ কিছু সাল-সলনি হ’ব অসমত। অসম চৰকাৰে শীঘ্ৰেই নীতি নিৰ্দেশনা জাৰি কৰিব”৷

আনহাতে বানপিড়িত ৰাইজক সহায় কৰিবলৈ আগ বাঢ়িছে লায়নছ ক্লাৱ৷ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীয়ে বান সাহায্য অনুষ্ঠান মুকলি কৰি কয়, ‍‘লায়নছ ক্লাবৰ সকলো কৰ্মকৰ্তাৰ লগতে তেখেত সকলৰ মহানুভৱতাত ধন্যবাদ জনাইছো৷ অসমৰ ৰাইজৰ ওচৰত তেওঁলোক থাকিব’।

আমি প্ৰতিজন অসমীয়াই ইজনে সিজনক সহায় কৰিব লাগে উল্লেখ কৰি হাজৰিকাই কয়, ‍‘আক্ৰান্তৰ হাৰ কমিছে যদিও আমি ফুৰ্তি কৰিব নালাগে। এজনৰ পৰাই বহুজন আক্ৰান্ত হ’ব পাৰে৷ সকলোৱে সামজিক দূৰত্ব বজাই ৰখাৰ লগতে মাস্ক পৰিধান কৰি সচেতন হৈ থাকক”৷

ইপিনে লায়নছ ক্লাবে অসমৰ দুহাজাৰ পৰিয়ালক বান সাহায্য বিতৰণ কৰিব৷ লায়নছ ক্লাবৰ কৰ্মকতা সকলে গৈ ডিমৰীয়া, চন্দ্ৰপুৰ, ৰঙিয়া আদিত এই খাদ্য বস্তুৰ টোপোলা সমূহ যোগান ধৰিব৷

ক্লাবটোৱে বানাক্ৰান্ত ৰাইঝক চাউল, চিৰা, মুৰি, নিমখ আদিৰ যোগান ধৰিছে৷

Recent News

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd