• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতাৰ আয়োজন

NE NOW NEWS পার্শ্বজোতি গগৈ
শিৱসাগৰ , October 25, 2018 1:14 pm

1 min read

শিৱসাগৰত সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতাৰ আয়োজন

প্ৰতিনিধিত্বমূলক ছবি

377
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলা নিবনুৱা সন্থাৰ উদ্যোগত অহা দুই নৱেম্বৰত শিৱসাগৰ নাট্য মন্দিৰত সদৌ অসম ভিত্তিত এক তৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

প্ৰয়াত যতীন সিংহ, পংকজানন্দ ভঁৰালী, হেমপ্ৰভা হাজৰিকা, চুৰেন্দ্ৰ নাথ বৰদলৈ, গণশিল্পী জিৎ চলিহা আৰু অনিল বৰুৱাৰ সোঁৱৰণত নিবনুৱা পৰিষদে তৰ্ক প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰিছে।

উচ্চতৰ মাধ্যমিক আৰু মহাবিদ্যালয় পৰ্যায়ত অনুষ্ঠিত হ’বলগা এই তৰ্ক প্ৰতিযোগিতাৰ বিষয় হৈছে ‘সদনৰ মতে পুথিগত শিক্ষাই বাস্তৱ যুগত মূল্যায়ন কৰিব নোৱাৰি’।

প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক যোগদান কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে। ইচ্ছুক প্ৰতিযোগীসকলক ৯১০১৯৮০৪৩২ নম্বৰত যোগাযোগ কৰিবলৈ শিৱসাগৰ জিলা নিবনুৱা সন্থাৰ সাধাৰণ সম্পাদক পুতু বড়াই অনুৰোধ জনাইছে।

Recent News

WhatsApp Image 2021-01-19 at 1.48.31 PM

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd