• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শ্বহীদ নিৰোদ শৰ্মাৰ বাসগৃহত হিমন্ত বিশ্ব শৰ্মা; শ্বহীদগৰাকীৰ সোঁৱৰণত ৩ কিলোমিটাৰ পথ উৎসৰ্গাৰ নিৰ্দেশ

NE NOW NEWS এন ই নাও নিউজ
নলবাৰী , June 15, 2019 12:29 pm

1 min read

Himanta Biswa Sarma

শ্বহীদ নিৰোদ শৰ্মাৰ বাসগৃহত হিমন্ত বিশ্ব শৰ্মা। ফটো-নৰ্থ-ইষ্ট নাও

70.6k
VIEWS
Share on FacebookShare on Twitter

১২ জুনত দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাত সন্ত্ৰাসবাদীৰ সৈতে হোৱা গুলীয়াগুলীত শ্বহীদ হোৱা অসমৰ চি আৰ পি এফৰ জোৱান নিৰোদ শৰ্মাৰ নলবাৰীৰ বৰমাত থকা বাসগৃহত শুকুৰবাৰে উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

বীৰ শ্বহীদগৰাকীৰ দহকাউনীয়াস্থিত বাসগৃহত উপস্থিত হৈ শৰ্মাই শোকাকুল পৰিয়ালটোৰ সদস্যসকলক সান্ত্বনা দিয়াৰ লগতে শ্বহীদ নিৰোদ কলিতাৰ দেশমাতৃৰ বাবে কৰা আত্মবলিদানক স্মৰণ কৰি তেওঁৰ নামত ৩ কিলোমিটাৰ পথ উৎসৰ্গা কৰিবলৈ নিৰ্দেশ দিয়ে।

আনহাতে, হিমন্ত বিশ্ব শৰ্মাই নিৰোদ শৰ্মাৰ নামকৰণত নিৰ্মাণ হ’বলগীয়া কে বি এছ পথৰ পৰা টিহু-বৰমা পথলৈ তিনি কিলোমিটাৰ পথছোৱাৰ নিৰ্মাণকাৰ্য্য তিনিমাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে শ্বহীদগৰাকীৰ পৰিয়ালক অসম চৰকাৰৰ তৰফৰ পৰা সকলো প্ৰকাৰৰ সহায়-সহযোগিতাৰ আশ্বাস প্ৰদান কৰে।

উল্লেখযোগ্য, সুদীৰ্ঘ ২৭ বছৰ ধৰি দেশৰ সেৱাত নিয়োজিত হৈ থকা শ্বহীন নিৰোদ শৰ্মা ১৯৯১ চনত চি আৰ পি এফত যোগদান কৰিছিল।

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd