• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধিঙত হিমাৰ প্ৰতিমূৰ্তি স্থাপন কৰিব মন্ত্ৰী কেশৱ মহন্তই; সচেতন মহলত বিৰূপ প্ৰতিক্ৰিয়া

মিণ্টু দাস by মিণ্টু দাস
August 28, 2018 6:17 pm
Keshab Mahanta

ফাইল ফটো

116
VIEWS
Share on FacebookShare on Twitter

ইণ্ডোনেচিয়াৰ জাকাৰ্টাত চলি থকা এচিয়ান গেইমছত ৰাষ্ট্ৰীয় অভিলেখ স্থাপনেৰে ৰূপৰ পদক দখল কৰি সুনাম অৰ্জন কৰা হিমা দাসৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব বুলি ঘোষণা কৰে ৰাজ্যৰ জলসম্পদ আৰু বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ মন্ত্ৰী কেশৱ মহন্ত।

আজি নগাঁও জিলাৰ ধিঙৰ কান্ধুলিমাৰীত থকা হিমাৰ বাসগৃহত উপস্থিত হৈ মন্ত্ৰী কেশৱ মহন্তই ব্যক্তিগতভাৱে হিমাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপন কৰিব বুলি ঘোষণা কৰে।

ধিঙৰ বিভিন্ন দল-সংগঠনৰ অনুৰোধত মন্ত্ৰীগৰাকীয়ে কৰা এই ঘোষণাত ধিংবাসী উৎফুল্লিত হৈ পৰিছে যদিও হিমাৰ একাংশ গুণমুগ্ধই কেশৱ মহন্তই কৰা ঘোষণাক সহজভাবে ল’ব পৰা নাই। ইতিমধ্যে চ’চিয়েল মিডিয়াতো এই বিষয়ত সৰৱ চৰ্চা আৰম্ভ হৈছে।

একাংশই মত প্ৰকাশ কৰা অনুসৰি কেশৱ মহন্তৰ এনে পদক্ষেপে উদীয়মান ক্ৰীড়া তাৰকাগৰাকীৰ জীৱনত বিৰূপ প্ৰভাৱহে পেলোৱাৰ সম্ভাৱনাহে প্ৰৱল। ইয়াৰ উপৰি তেওঁলোকে জন্ম শতবৰ্ষ উদযাপিত হৈ থকা প্ৰয়াত ড০ টি আওৰ আৱক্ষ মূৰ্তি থকাৰ বিপৰীতে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতিমূৰ্তি নথকাৰ কথা উল্লেখ কৰে।

আনহাতে, অৰ্জুন ভোগেশ্বৰ বৰুৱাই হিমাৰ সন্দৰ্ভত সভা-সম্বৰ্ধনা আদি প্ৰদান কৰি হিমাক ধ্বংস নকৰিবলৈ সংবাদ মাধ্যমৰ আগত দিয়া মন্তব্যৰ সম্পূৰ্ণ বিপৰীত দৃষ্টিভংগী প্ৰকাশ কৰি মন্ত্ৰী কেশৱ মহন্তই ৰাজনৈতিক লাভালাভৰ বাবেই এনে কাম কৰিছে বুলিও হিমাৰ একাংশ গুণমুগ্ধৰ লগতে সচেতন মহলে মত প্ৰকাশ কৰিছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd