• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’নাই বিদায় লোৱা নাই; ভ্ৰমণত গ’লে কি কি নিয়ম মনত ৰাখিব লাগিব?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 8, 2021 7:57 am

1 min read

WhatsApp Image 2021-01-08 at 7.33.42 AM

প্ৰতিনিধিত্বমূলক ফটো।

196
VIEWS
Share on FacebookShare on Twitter

কৰ’না মহামাৰীয়ে ২০২০ চনটো সকলোৰে বাবে এক দু:স্বপ্নৰ বছৰ হৈ বিদায় ল’লে। কিন্তু বছৰটোৰ বিদায়ৰ লগে লগে কৰ’নাৰো বিদায় হোৱা বুলি নাভাৱিব। নতুন বছৰতো কৰ’নাৰ আতংক বৰ্তমান।

২০২১ত যিসকল ভ্ৰমণ বিলাসী লোকে দেশৰ ভিতৰতে ভ্ৰমণ কৰিব বিচাৰে তেওঁলোকে দেশৰ পৰ্যটন বিভাগে আৰোপ কৰা নতুন নিয়মসমূহ জানি থোৱা ভাল।

কৰ’নাৰ যিসমূহ লক্ষণ তাৰ ভিতৰত কোনো এটাৰ উপস্থিতি যদি কোনো ব্যক্তিৰ তাত থাকে তেতিয়াহ’লে ভ্ৰমণৰ পৰিকল্পনা স্থগিত ৰাখিব লাগিব।

ভ্ৰমণত যোৱাৰ পূৰ্বে ‘কোভিড জাগ্ৰথা প’ৰ্টেল’ত নাম পঞ্জীয়ন কৰিব লাগিব।

কোনোৱে যযদি কেৰালালৈ গৈ সাতদিনতকৈ বেছি দিন থকাৰ পৰিকল্পানা কৰে, তেতিয়াহ’লে নিজৰ খৰচত ৰাজ্য চৰকাৰৰ অনুমোদিত লেবত কৰ’না টেষ্ট কৰাব লাগিব।

ফেচ মাস্ক, ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব আৰু সামাজিক দূৰত্ব বজাই ৰাখি ভ্ৰমণ কৰিব লাগিব।

পাব্লিক ট্ৰেন্সপ’ৰ্ট ব্যৱহাৰ কৰিব নোৱাৰিব আৰু ভিৰ স্থানসমূহৰ পৰা দূৰত থাকিব লাগিব।

বয়সীয়াল লোক, গৰ্ভৱতী মহিলা বা শিশুৰ সংস্পৰ্শত আহিব নোৱাৰিব। তদুপৰি, ভ্ৰমণ চলি থকা সময়ত চৰ্দি, জ্বৰ কাহ হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগিব তথা কৰ’না টেষ্ট কৰাব লাগিব।

সেইদৰে নিজে ব্যৱহাৰ কৰা যিকোনো স্থান বা সামগ্ৰী সম্ভৱ হ’লে লগে লগেই ছেনিটাইজ কৰিব লাগিব।

গতিকেই কোনোৱে যদি বন্দী জীৱনৰ পৰা অলপমান মুকলি বতাহৰ অভিজ্ঞতা ল’বলৈ আগ্ৰহী, তেন্তে এই নিয়মসমূহ মানি নিৰ্বিঘ্নে ভ্ৰমণলৈ ওলাব পাৰে।

Recent News

a mam

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd