• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰ হাঁ‌হচৰাত জিঅ’ই খন্দা গাঁতত উদ্ধাৰ ৰজাদিনীয়া সম্পদ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
July 26, 2019 4:25 pm
Stone sculpture, presumably of Ahom era, found in Assam's Sivasagar

উদ্ধাৰ হোৱা শিলৰ কলচীটো। ছবি-- নৰ্থ ইষ্ট নাও।

16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছশ বছৰীয়া আহোম শাসনৰ বেছিভাগ সময়ৰ ৰাজধানী শিৱসাগৰৰ হাঁ‌হচৰা সিংহদ্বাৰত ৰিলায়েন্স জিঅ’ই খন্দা গাঁতত শুকুৰবাৰে পুৱা কেইপদমান ৰজাদিনীয়া সম্পদ উদ্ধাৰ হৈছে।

উদ্ধাৰ হোৱা সম্পদসমূহৰ ভিতৰত আছে শিলেৰে নিৰ্মিত এটা সিংহমূৰ্তি আৰু এটা শিলৰ কলচী।

Apply Now

কোম্পানিটোৰ কেবল পুতিবলৈ সিংহদ্বাৰ তোৰণৰ সন্মুখত গাঁত খান্দোতে শ্ৰমিকসকলে এই সামগ্ৰীসমূহ দেখা পায়।

সিংহমূৰ্তিটো সামান্য ভগা অৱস্থাত উদ্ধাৰ হোৱাৰ বিপৰীতে কলচীটো সম্পূৰ্ণ অক্ষত অৱস্থাত আছে। লগতে, ৰজাদিনীয়া ইটা আৰু কিছু ভগ্নাৱশেষো উদ্ধাৰ হৈছে।

পূৰাতত্ত্ব বিভাগে ইতিমধ্যে সামগ্ৰীসমূহ চমজি লৈছে।

কিন্তু, ব্যক্তিগত কোম্পানিটোৱে ইতিহাসপ্ৰসিদ্ধ অঞ্চলটোত এইদৰে গাঁত খন্দা কাৰ্য্যত একাংশ লোকে প্ৰশ্ন তুলিছে।

Stone sculpture, presumably of Ahom era, found in Assam's Sivasagar
জিঅ’ই খন্দা গাঁতটো। ছবি– নৰ্থ ইষ্ট নাও।

ৰাইজৰ কথা হৈছে, অঞ্চলটোত আৰু বিভিন্ন ঐতিহাসিক সমল ওলাব পাৰে; কিন্তু জিঅ’ই গাঁত খান্দি ফুৰোঁতে তেনে সামগ্ৰী সুৰক্ষিত থকাৰ নিশ্চিতি কি?

লগতে পঢ়ক– বিস্ময়কৰ! শংকৰদেৱৰো ১৬শ বছৰ আগৰে গুৱাহাটীৰ খজুৱতিৰোধী সভ্যতা পোহৰলৈ

ঘটনাস্থলীত উপস্থিত পূৰাতত্ত্ব বিভাগৰ লোকসকলক এই সন্দৰ্ভত সোধাত তেওঁলোকে জিঅ’ৰ খননৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰাটোৱে স্থানীয় লোকসকলক ক্ষুব্ধ কৰি তুলিছে।

এনে ঐতিহাসিক সম্পত্তিৰ সংৰক্ষণ নিশ্চিত কৰিবলৈ পূৰাতত্ব বিভাগক স্থানীয় ৰাইজে দাবী জনাইছে।

স্থানীয় ৰাইজৰমতে, সামগ্ৰীখিনি উদ্ধাৰ হোৱা স্থানত আহোম যুগৰ এখন তোৰণ আছিল। সিংহদ্বাৰ নামেৰে থকা তোৰণখনৰ বাবেই অঞ্চলটোৰ নাম সিংহদ্বাৰ হৈছিল।

উদ্ধাৰ হোৱা সামগ্ৰীসমূহ সেই দ্বাৰখনৰে ধ্বংসাৱশেষ বুলি ৰাইজে সন্দেহ কৰিছে।

পুৰণি দ্বাৰখনৰ ঠাইত পৰৱৰ্তী সময়ত সেই স্থানত এখন নতুন দ্বাৰ স্থাপন কৰা হৈছিল।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ পঞ্চতাৰকা হোটেলত বহিব বিৰোধীৰ ‘মক পাৰ্লিয়ামেণ্ট’! মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অনা হ’ব মহাভিযোগ প্ৰস্তাৱ

দিল্লীৰ পঞ্চতাৰকা হোটেলত বহিব বিৰোধীৰ ‘মক পাৰ্লিয়ামেণ্ট’! মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অনা হ’ব মহাভিযোগ প্ৰস্তাৱ

October 24, 2026 9:42 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিন্টিমণিৰ নতুন যাত্ৰা! অধিনায়কৰ পৰা ‘ডেবিউ কেপ’ গ্ৰহণ কৰি আৱেগিক অসম কন্যা

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিন্টিমণিৰ নতুন যাত্ৰা! অধিনায়কৰ পৰা ‘ডেবিউ কেপ’ গ্ৰহণ কৰি আৱেগিক অসম কন্যা

October 24, 2026 9:30 pm
উজনি চিয়াং নদীবান্ধ প্ৰকল্প বাতিল আৰু গ্ৰেপ্তাৰ হোৱা নেতাসকলৰ মুক্তিৰ দাবী ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

উজনি চিয়াং নদীবান্ধ প্ৰকল্প বাতিল আৰু গ্ৰেপ্তাৰ হোৱা নেতাসকলৰ মুক্তিৰ দাবী ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

October 24, 2026 8:22 pm
মণিপুৰত থাল-বাটি বজাই জনতাৰ শব্দ-বিদ্ৰোহ! ইম্ফলত উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদকাৰীক বাধা দিবলৈ কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ

মণিপুৰত থাল-বাটি বজাই জনতাৰ শব্দ-বিদ্ৰোহ! ইম্ফলত উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদকাৰীক বাধা দিবলৈ কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ

October 24, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ পঞ্চতাৰকা হোটেলত বহিব বিৰোধীৰ ‘মক পাৰ্লিয়ামেণ্ট’! মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অনা হ’ব মহাভিযোগ প্ৰস্তাৱ

দিল্লীৰ পঞ্চতাৰকা হোটেলত বহিব বিৰোধীৰ ‘মক পাৰ্লিয়ামেণ্ট’! মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অনা হ’ব মহাভিযোগ প্ৰস্তাৱ

October 24, 2026 9:42 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিন্টিমণিৰ নতুন যাত্ৰা! অধিনায়কৰ পৰা ‘ডেবিউ কেপ’ গ্ৰহণ কৰি আৱেগিক অসম কন্যা

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিন্টিমণিৰ নতুন যাত্ৰা! অধিনায়কৰ পৰা ‘ডেবিউ কেপ’ গ্ৰহণ কৰি আৱেগিক অসম কন্যা

October 24, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd