• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত প্ৰৱল ধুমুহা-বৰষুণ: কুৰিটাৰো অধিক বাসগৃহৰ বিস্তৰ ক্ষতি

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , April 21, 2020 7:30 pm

1 min read

Storm wreaks havoc in Bokakhat

বোকাখাতত ধুমুহাৰ ক্ষতিৰ ছবি।

350
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে বিয়লি অহা এজাক প্ৰবল ধুমুহা-বৰষুণে বোকাখাতৰ পাণবাৰী আৰু সমীপৰ বৰভেটা গাঁৱৰ বিস্তৰ ক্ষতি সাধন কৰে৷

তীব্ৰ বেগত বোৱা বতাহজাকে অঞ্চলটোৰ বহু লোকৰ বাসগৃহৰ বিস্তৰ ক্ষতি সাধন কৰে৷ উৰুৱাই নিয়ে বহু বাসগৃহৰ ছাল-বেৰ৷

বতাহজাকৰ লগত অহা বৰষুণে নষ্ট কৰে সাঁচতিয়া শস্যৰ ভঁৰাল, খাদ্য সামগ্ৰীৰ লগতে কাপোৰ-কানি৷

বতাহত কোনোমতে প্ৰাণ ৰক্ষা কৰে বহুজনে৷ ধুমুহা-বৰষুণত অৱশ্যে কোনো লোক বা পশুধনৰ ক্ষয়-ক্ষতিৰ বাতৰি অহা নাই৷

পাণবাৰী আৰু বৰভেটা গাঁৱৰ কুৰিটাৰো অধিক লোকৰ বাসগৃহৰ ক্ষতি কৰে ধুমুহাই৷ সপ্তাহটোৰ ভিতৰতে অহা দুজাক ধুমুহাই এতিয়া কোঙা কৰি পেলাইছে অঞ্চলবাসীক৷

কৰ’নাভাইৰাছৰ বিৰুদ্ধে লকডাউনৰ মাজতে শেহতীয়াকৈ দুটাকৈ ধুমুহাত এতিয়া সৰ্বস্ৰান্ত হৈছে পাণবাৰী আৰু বৰভেটাৰ জনসাধাৰণ৷

দুটা দিন পাৰহৈ যোৱা বাসগৃহবোৰ যেনে তেনে মেৰামতি কৰি লওঁতেই অহা এই জাক ধুমুহাই পুনৰ বিধ্বস্ত কৰিলে সৰ্বসাধাৰণক৷

প্ৰায় এঘন্টা ধৰি চলা এই ধুমুহা-বৰষুণৰ পাচত এতিয়া বতৰ শান্ত যদিও ধুমুহাই গৃহহীন কৰি গ’ল বহু পৰিয়ালক৷

Recent News

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ চুপাৰী উদ্ধাৰ

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ চুপাৰী উদ্ধাৰ

Indian_National_Flag_EPS

৭১ সংখ্যক গণৰাজ্য দিৱসত অসমৰ কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন?

কোভিড ভেকচিন গ্ৰহণ কৰিলে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেইটছে

কোভিড ভেকচিন গ্ৰহণ কৰিলে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেইটছে

Andhr

বিটিআৰ চুক্তি দিৱসৰ দ্বিতীয় দিনা কোকৰাঝাৰত বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd