• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লকডাউনৰ ফলত ডিমা হাচাওত আৱদ্ধ হৈ থকা শ্রমিকসকলক প্ৰেৰণ কৰা হ’ব নিজ নিজ স্থানলৈ

NE NOW NEWS এন ই নাও নিউজ
হাফলং , April 19, 2020 9:35 am

1 min read

lockdown-image-1-700x375
10.4k
VIEWS
Share on FacebookShare on Twitter

লকডাউনৰ ফলত ৰাজ্যখনৰ বিভিন্ন স্থানত বহু শ্ৰমিক আৱদ্ধ হৈ পৰা ঘটনা পোহৰলৈ আহিছে। দীৰ্ঘদিন ধৰি আৱদ্ধ হৈ থকা এই লোকসকলে থকা খোৱাৰ ক্ষেত্ৰত সমস্যাৰ বহুতো সমস্যাৰ সন্মুখীন হৈছে।

গুৱাহাটীত ৰাজ্যখনৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ অধ্যক্ষতাত বিশেষ ৰাজ্যিক কাৰ্যবাহী কমিটিৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে ডিমা হাচাওৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ অমিতাভ ৰাজখোৱাই ডিমা হাচাওৰ আৰক্ষী অধীক্ষকলৈ জিলাখনত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিকসকলৰ সন্দৰ্ভত এখন পত্ৰ দিয়ে।

পত্ৰখন অনুসৰি, আৰক্ষী অধীক্ষকগৰাকীয়ে ডিমা হাচাও জিলাত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক তেওঁলোকৰ নিজ নিজ স্থানলৈ প্ৰেৰণ কৰাৰ বাবে পৰিবহনৰ ব্যৱস্থা কৰিব।

শ্ৰমিকসকলৰ সঠিক স্বাস্থ্য পৰীক্ষা সম্পন্ন হোৱাৰ পাছতহে এই প্ৰক্ৰিয়াটো আৰম্ভ কৰা হ’ব।

তেওঁলোকক নিজ নিজ স্থানলৈ পৰিবহন কৰাৰ সময়ত সামাজিক দূৰত্ব বজাই ৰখাৰ নিয়ম অনুসৰণ কৰিব লাগিব বুলিও উপায়ুক্তগৰাকীয়ে পত্ৰখনত নিৰ্দেশ দিছে।

Recent News

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd