• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পৰম্পৰা! পৰম্পৰাৰ দোহাই দি শিশু অৱস্থাতে কুকুৰৰ সৈতে বিয়া দিয়া হয় কন্যা শিশুক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 5, 2020 2:05 pm

1 min read

Baiga-Tribe-1-2269

প্ৰতিনিধিত্বমুলক ফ'টো , উৎস- ইন্টাৰনেট

44k
VIEWS
Share on FacebookShare on Twitter

সমাজত এনে বহু আচহুৱা পৰম্পৰা প্ৰচলিত আছে যিবোৰক এতিয়াও মানুহে পালন কৰি আহিছে।

তেনে এক আচহুৱা পৰম্পৰাগত আচাৰ এতিয়াও প্ৰচলন হৈ আছে ছত্তিশগড়ৰ ক’ৰ্বা জিলাৰ মুণ্ডা সমাজত।

প্ৰচলিত এই পৰম্পৰা অনুসৰি শিশুক কন্যাক কুকুৰ সৈতে বিয়া দিয়া হয়।

প্ৰচলিত নিয়মানুসাৰে শিশুৰ ওপৰৰ দাঁতপাৰি ভাঙি যেতিয়া পুনৰ ওলাবলৈ আৰম্ভ কৰে তেতিয়াই কন্যা শিশুটিক কুকুৰৰ সৈতে বিয়া দিয়া হয়।

সেই বিয়াৰ বাবে কন্যা শিশুটিক কইনাৰ ৰূপত আৰু নিৰ্দিষ্ট কুকুৰটোক দৰা ৰূপত সজোৱা হয়।

এটা শোভাযাত্ৰা উলিওৱাৰ পিছত গাঁৱৰ শেষ প্ৰান্তত কন্যা শিশুটিক দৰা কুকুটোৰ সৈতে বিয়া কৰাই দিয়া হয়।

বিয়াৰ দিনা কন্যা শিশুটিৰ লগতে দৰা কুকুৰটোক হালধি লগায় আৰু জ্যেষ্ঠসকলে দুয়োকে আশীৰ্বাদ দিয়ে।

বিয়াৰ ৰিচুৱেল আচাৰবোৰ সমাপন হোৱাৰ পিছত মহিলাসকলে গান গাই নাচি নাচি শিশুটিৰ ঘৰলৈ উভতি আহি গোটেই ৰাতি আনন্দত মতলিয়া হৈ থাকে।

উল্লেখ্য যে, গঞাই বিয়াত দৰা কইনা দুয়োকে ধনৰ লগতে বিভিন্ন ধৰণৰ উপহাৰো প্ৰদান কৰে।

Recent News

index.jpg

লোমহৰ্ষক অগ্নিকাণ্ড : জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ছয় বাছযাত্ৰীৰ; অন্য ৩০ গৰাকী যাত্ৰী অগ্নিদগ্ধ হৈ আহত

INDIA-ELECTION

কঠোৰ নিৰ্বাচন আয়োগ: নিৰ্দিষ্ট দিনত বিজ্ঞাপন দি অপৰাধ ৰাজহুৱা কৰিব লাগিব প্ৰাৰ্থীয়ে

Ice-cream

চীনত এইবাৰ ‘ক’ৰ’ণাত আক্ৰান্ত’ হ’ল তিনিটাকৈ আইচক্রীম! তাৰপিছত কি কৰিলে চৰকাৰে?

Salman Khan

কৃষ্ণসাৰ হৰিণ হত্যাৰ গোচৰ : আদালতত অনুপস্থিত থাকি বিপদত অভিনেতা চলমান খান!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd