• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাৰণ নদৰ্শোৱাকৈ ৩৫০ গৰাকী কৰ্মচাৰীক অব্যাহতি; বহিৰাগত মাইনিং কোম্পানীৰ বিৰুদ্ধে মাৰ্ঘেৰিটাত প্ৰতিবাদ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
June 4, 2019 8:00 pm
protest at margherita

মাৰ্ঘেৰিটাত কৰ্মচাৰীৰ প্ৰতিবাদ

4.6k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূবৰ  কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ ঠিকাভিত্তিক কয়লা মাইনিং কোম্পানী এম এছ বি জি আৰ এণ্ড ইনফা লিমিটেড নামৰ কোম্পানীটোৱে কোনো ধৰণৰ উপযুক্ত কাৰণ দাখিল নকৰাকৈ লিডু আৰক্ষী চকীৰ অন্তৰ্গত ক’ল ইণ্ডিয়াৰ টিৰাপ কয়লা মাইনিং ক্ষেত্ৰৰ সকলো কাম-কাজ বন্ধ কৰি দিয়ে।

কোম্পানীটোৱে কাম-কাজ বন্ধ কৰি এনেদৰে হঠাৎ প্ৰায় ৩৫০ গৰাকীৰো অধিক কৰ্মচাৰীক অব্যাহতি দিয়াৰ ফলত আজি ক্ষুব্ধ কৰ্মচাৰী সকলে মাৰ্ঘেৰিটাৰ মহকুমাধিপতিৰ কাৰ্যালয়ত উপস্থিত হৈ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে।

ক’ল ইণ্ডিয়া তথা কৰ্মচাৰী সকলৰ সৈতে ৫ বছৰৰ বাবে চুক্তিবদ্ধ হোৱা এম এছ বি জি আৰ এণ্ড ইনফা লিমিটেড নামৰ কোম্পানীটোৱে বিগত ২৪ মে’ত এখন জাননী জাৰি কৰি আজিৰে পৰা কৰ্মচাৰী সকলক কামৰ পৰা অব্যাহতি দিয়ে।

কোম্পানীটোৱে জাৰি কৰা জাননী খননত কোনো ধৰণৰ কাৰণ উল্লেখ নকৰাকৈ হাইদৰাবাদত মুখ্যকাৰ্যালয় থকা কোম্পানীটোৱে এইদৰে কাম বন্ধ কৰি দিয়াত ৩৫০ গৰাকীৰো অধিক কৰ্মচাৰীৰ জীৱনলৈ শংকা কঢ়িয়াই আনিছে।

আনহাতে, আজি দিনৰ প্ৰায় ১১ বজাত কৰ্মচাৰী সকলে মাৰ্ঘেৰিটা মহকুমাধিপতিৰ কাৰ্যালয়ত উপস্থিত হৈ মহকুমাধিপতিৰ জৰিয়তে কোম্পানীটোৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰাৰ বাবে দাবী জনায়। কৰ্মচাৰী  সকলৰ দাবীৰ পাছতেই মহকুমাধিপতিয়ে কোম্পানীটোৰ এজন উচ্চ প্ৰদস্থ বিষয়া আৰু ক্ষুব্ধ কৰ্মচাৰী সকলৰ একাংশৰ লগত দিনৰ ২.৩০ বজাত আলোচনাত মিলিত হয় যদিও কোম্পানী কৰ্তৃপক্ষই এই সমস্যাসমূহ সমাধানৰ বাবে ১১ জুনলৈ সময় বিচাৰে।

এনেদৰে হঠাৎ কয়লা মাইনিং কোম্পানীটো বন্ধ হোৱা ঘটনাক সহজ ভাৱে লব পৰা নাই কোম্পানীটোৰ কৰ্মচাৰী সকলে।

Recent News

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd