• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহা সংগ্ৰাম আৰু উচ্চতম ন্যায়ালয়: কেবৰ বিৰুদ্ধে দুই পথত কৃষক মুক্তি সংগ্ৰাম সমিতি

চহিদ দিৱসৰ দিনাই কেব গৃহীত কৰি জাতিটোক নিঃশেষ কৰাৰ চেষ্টা চলাইছে চৰকাৰে: অখিল গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 4, 2019 4:48 pm
24-12-18-Guwahati-Akhil-Gogoi-Press-Meet-3 Struggle and Supreme Court: KMSS's chosen paths for anti-CAB fight

অখিল গগৈৰ ফাইল ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেন্দ্ৰই নাগৰিকত্ব আইন সংশোধনৰ বাবে লোৱা ব্যৱস্থাৰ বিৰুদ্ধে বুধবাৰে দুই পথ ঘোষণা কৰিছে: মহাসংগ্ৰাম আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়।

সংগঠনটোৰ নেতা অখিল গগৈয়ে কেন্দ্ৰৰ পদক্ষেপৰ বিৰুদ্ধে “অসমৰ সকলো দল-সংগঠন”ৰ ঐক্যবদ্ধ আন্দোলনৰ আহ্বান জনাইছে। আৰু সংগঠনটোৱে বৃহস্পতিবাৰে অসম বিধান সভাৰ বাহিৰত বিশাল প্ৰতিবাদ সাব্যস্ত কৰিব।

Apply Now

এই প্ৰতিবাদক “মহাসংগ্ৰাম”ৰূপে আখ্যা দি সকলো শ্ৰেণীৰ লোকক আন্দোলনত ভাগ লোৱাৰ বাবে আহ্বান জনায়।

“কেব সম্পূৰ্ণৰূপে বাতিল নোহোৱা পৰ্য্যন্ত সন্মিলিত, ঐক্যবদ্ধভাৱে সংগ্ৰাম চলাই যাব লাগিব। সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন জাতীয় দল-সংগঠনক কাইলৈ প্ৰতিবাদলৈ আমন্ত্ৰণ জনোৱা হৈছে,” গগৈয়ে কয়।

“কেব গৃহীত হ’লে KMSS উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব।”

গগৈয়ে কয় তেওঁলোকে বিধেয়কৰ বিৰুদ্ধে গাঁৱলৈ যাত্ৰা আৰম্ভ কৰিব।

“অহা ১১ ডিচেম্বৰ পৰা ৰাজ্যৰ গাঁৱে-ভূঞে কেব বাতিলৰ দাবীৰে কাৰ্য্যসূচী গ্ৰহণ কৰিব। বিজেপি হাতাও, গণতন্ত্ৰ বচাও শ্ল’গান লৈ গাঁৱৰ জনসাধাৰণৰ ওচৰলৈ যাম,” তেওঁ কয়।

অসমৰ “চহিদ দিৱস” দিনটোতে বিধেয়কখন গৃহীত কৰিব বুলি উল্লেখ কৰি গগৈয়ে কয় যে অসমীয়াৰ স্বাভিমানৰ দিনটোতে জাতিটোক চৰকাৰে নিঃশেষ কৰাৰ চেষ্টা চলাইছে।

গগৈৰমতে কেবৰ ফলত অহা ২০-৩০ বছৰত অসমৰ প্ৰতিটো সমষ্টিত ডেৰৰ পৰা তিনিলাখ পৰ্য্যন্ত ভোটৰ বিভাজন ঘটিব।

“কেব গৃহীত হ’লে সমগ্ৰ ভাৰততে মৌলবাদী শাসন চলিব। মৌলবাদী শক্তি বিজেপি-আৰ এছ এছক উচন কৰিব লাগিব,” গগৈয়ে কয়।

দেশৰ চাৰিটা বিৰোধী ৰাজনৈতিক দলক কেব বিৰোধৰ বাবে কৃষক মুক্তিয়ে আহ্বান জনাইছে বুলিও তেওঁ উল্লেখ কৰে।

নাগৰিকত্ব বিধেয়কত মোদী কেবিনেটে বুধবাৰে অনুমোদন জনাইছে। খবৰমতে, অহা ৯ আৰু ১০ ডিচেম্বৰত বিধেয়কখন ক্ৰমে লোক সভা আৰু ৰাজ্য সভাত উত্থাপন কৰিব।

লগতে পঢ়ক– কেব উত্থাপনৰ সময়ত সদনত থকাৰ নিৰ্দেশ সকলো বিজেপি সাংসদক, ক্ষুব্ধ মোদী

লগতে পঢ়ক– গৃহ মন্ত্ৰী শ্বাহৰ নিমন্ত্ৰণ প্ৰত্যাখ্যান, কেব বিৰোধিতাত অটল কংগ্ৰেছ

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd