• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এমাহতে ৬৬৪ কোটি টকা উপাৰ্জন মহাবিদ্যালয়ৰ ছাত্ৰৰ! অপহৰণৰ ভয়ত শংকিত পিতৃ-মাতৃ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2022 6:15 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Student jack freeman earned 664 crores এমাহতে ৬৬৪ কোটি টকাৰ গৰাকী হ’ল এগৰাকী ২০ বছৰীয়া যুৱক। কিন্তু যুৱকজনৰ পৰিয়ালে এই বৃহৎ পৰিমাণৰ ধন পোৱাৰ বাবে আতংকিত হৈ পৰিছে। তেওঁ এতিয়াও ইমান টকাৰে কি কৰিব লাগে জানিব পৰা  হোৱা নাই। তেওঁ কয় যে তেওঁ পঢ়াশুনাত ব্যস্ত থাকিব বিচাৰে।

যুৱকজনৰ নাম জেক ফ্ৰীমেন। তেওঁ দক্ষিণ কেলিফৰ্ণিয়াৰ এখন বিশ্ববিদ্যালয়ত গণিত আৰু অৰ্থনীতি অধ্যয়ন কৰি আছে। জেকে ইমান কম সময়ৰ ভিতৰত কেনেকৈ ইমান টকাৰ মালিক হ’ব পাৰিলে? কেইবাটাও সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, তেওঁ যোৱা বছৰ জুলাইত ৫০ লাখ শ্বেয়াৰ ক্ৰয় কৰিছিল। প্ৰতিটো শ্বেয়াৰৰ ব্যয় আছিল ৪৪০ টকা। এমাহ পিছত তেওঁ ৪৪০ টকাত ক্ৰয় কৰা প্ৰতিটো শ্বেয়াৰৰ মূল্য হৈ পৰিল ২,১৬০ টকা।

লগতে পঢ়ক: আঁৰত ৰহস্য! ৫২ বছৰ বয়সত NEET-ৰ মেধা তালিকাত নাম অন্তৰ্ভুক্ত কৰিও মেডিকেল নপঢ়ে প্ৰদীপে

Apply Now

শ্বেয়াৰৰ মূল্য বাঢ়ি যোৱাৰ লগে লগে জেকে বিক্ৰী কৰিবলৈ এক মুহূৰ্তৰ বাবেও পলম কৰা নাছিল। তেওঁ সকলো শ্বেয়াৰ বিক্ৰী কৰি ৮৯৭ কোটি টকা উপাৰ্জন কৰিছিল। অৰ্থাৎ তেওঁ এমাহত ৬৬৪ কোটি টকা লাভ কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, জেকে শ্বেয়াৰ ক্ৰয় কৰা কোম্পানীটোৰ চিএফঅ’ গুস্তাভো আৰ্নালৰ বিৰুদ্ধে ভিতৰুৱা ব্যৱসায়ৰ অভিযোগ উত্থাপিত হৈছিল। ফলস্বৰূপে আন অংশীদাৰসকলে বৃহৎ বিত্তীয় লোকচানৰ সন্মুখীন হয়। গুস্তাভোৱে ম্যানহাটানত থকা তেওঁৰ বাসগৃহৰ ১৯ তম মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰে।

ডেইলী মেইলৰ আগত জেকে কয়, “মোৰ মা-দেউতাই বৃহৎ পৰিমাণৰ ধন পোৱাৰ পিছৰে পৰা যথেষ্ট চিন্তিত হৈ পৰিছে। তেওঁলোকে ভয় কৰে যে মোক অপহৰণ কৰা হ’ব পাৰে। কিন্তু মই ইয়াক লৈ ইমান চিন্তিত নহয়। সদ্যহতে মই মোৰ পিএইচডিৰ বাবে ব্যস্ত থাকিব বিচাৰো।”

লগতে পঢ়ক: যুদ্ধৰ খৱৰ! ইউক্ৰেইনৰ চহৰ বালাকলিয়াৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাইছে ৰাছিয়াই

কিন্তু জেকে বিনিয়োগ কৰিবলৈ সেই বৃহৎ পৰিমাণৰ ধন ক’ত পাইছিল? এই সন্দৰ্ভত জেকে কয় যে তেওঁ বন্ধুবৰ্গ, আত্মীয় আৰু পৰিয়ালৰ সদস্যসকলৰ পৰা এই টকা ধাৰ লৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd