• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰাজপথ উত্তাল ছাত্ৰ সমাজৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 11, 2019 12:49 pm
10-01-19 Kaliabor- College Students union protest (1)

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সমগ্ৰ নগাঁও জিলা সৰৱ হৈ পৰিছে। নগাঁৱত বৃহস্পতিবাৰে ৰাজপথলৈ ওলাই অহা দেখা গ’ল নগাঁও মহাবিদ্যালয়, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়, আইন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক।

বিগত দুটা দিন ধৰি বিজেপি বিৰোধী ধ্বনিৰে বিভিন্ন দল-সংগঠনে উত্তাল কৰি তোলা সময়তে নগাঁৱত বৃহস্পতিবাৰে পুনৰ একাধিক মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীয়ে সৱল প্ৰতিবাদত সাৱ্যস্ত কৰে। প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদত কঁ‌পাই তোলে নগাঁৱৰ ৰাজপথ।

Apply Now

ৰাজ্যখনৰ ভিতৰতে অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহি নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, বিজেপি হায় হায় আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে। মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবীত ১২ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।

আনহাতে, বিশিষ্ট বুদ্ধিজীৱি ডঃ হীৰেন গোহাঁইৰ বিৰুদ্ধে চৰকাৰে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু কৰা কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনাই নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কয় যে, চৰকাৰখন ফেচিষ্ট হৈ পৰিছে। তেওঁলোকে দমন নীতিৰে অসমৰ ৰাইজক কণ্ঠৰোধ কৰিব বিচাৰিছে। অসমৰ ৰাইজে কাহানিও দমন নীতিক ভয় কৰা নাই। এতিয়াও ভয় নকৰে। বৰঞ্চ অসমীয়া জাতিৰ সুৰক্ষাৰ স্বাৰ্থত অতি শক্তিশালী ৰূপত আন্দোলনত জপিয়াই পৰিব।

একেদৰে নগাঁও চহৰৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও নগাঁৱৰ মধ্যমণি স্বৰূপ মৰিগাঁও বাছ ছিণ্ডিকেটৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে বিধেয়কখনৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি বিজেপি চৰকাৰখনৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰাৰ লগতে অসমবাসীয়ে কোনো কাৰণতে এই বিধেয়কখন মানি নলয় বুলি হুংকাৰ দিয়ে।

একেদৰে জিলাখনৰ কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে।

নগাঁও আইন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলও বিধেয়কখনৰ বিৰুদ্ধে পাঠদান কাৰ্যসূচী স্থগিত ৰাখি ৰাজপথলৈ ওলাই আহে। নগাওঁ আৱৰ্ত ভৱনৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আইনৰ ছাত্ৰ-ছাত্ৰী সকলে কৰা এই প্ৰতিবাদৰ ফলত কিছু সময়ৰ বাবে যান-বাহন চলা-চল বন্ধ হৈ পৰে। জিলাখনৰ ৰহা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও শ্ৰেণী বৰ্জন কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাৱ্যস্ত কৰে।

ইপিনে, নগাঁও পলিটেকনিকৰ ছাত্র-ছাত্ৰীসকলেও নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত আজিৰে পৰা অনিৰ্দ্দিষ্টকালীনভাৱে শ্ৰেণী বৰ্জনৰ কাৰ্যসূচী ঘোষণা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd