• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আন্তৰ্জাতিক অনলাইন সমৰ কলা প্ৰতিযোগিতাৰ বাবে সাজু বিশ্বনাথ মহাবিদ্যালয়ৰ এদল শিক্ষাৰ্থী

কাজি জেইদুল ইছলাম, বিশ্বনাথ by কাজি জেইদুল ইছলাম, বিশ্বনাথ
September 25, 2021 6:44 am
Taikoando Biswanath

ফটো: নৰ্থইষ্ট নাও।

138
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান ক’ভিড পৰিস্থিতিৰ বাবে স্থগিত হৈছে বহু পৰীক্ষা তথা শিক্ষা অনুষ্ঠানৰ পাঠদান কাৰ্যসূচী। সমান্তৰালকৈ স্থগিত হৈছে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু অনুষ্ঠান।

বৰ্তমান সময়-পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বহু প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে অনলাইন যোগে। ব্যতিক্ৰমী নহয় সমৰ কলা প্ৰতিযোগিতাও।

ইয়াৰ মাজতে বিশ্বনাথ মহাবিদ্যালয়ৰ চৌহদত চলিছে অনলাইন যোগে অনুষ্ঠিত হ’ব লগা আন্তৰ্জাতিক সমৰ কলা প্ৰতিযোগিতাৰ আখৰা।

বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰী সকলক বিনামূলীয়াকৈ সমৰ কলাৰ জৰিয়তে আত্মৰক্ষাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছিল।

বিশ্বনাথ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰ আৰু বিশ্বনাথ জিলাৰ এগৰাকী Taekwondo Coach তথা International Gold Medalist মন্দীপ বৰুৱাক এই প্ৰশিক্ষণ দিয়াৰ দায়িত্ব দিয়া হৈছিল।

এই কাৰ্য্যত সৰ্বমুঠ ৬ গৰাকী ছাত্ৰীৰ আগ্ৰহ তথা ভাল দক্ষতাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক আন্তৰ্জাতিক পৰ্যায়ৰ অৰ্থাৎ  Indo – Bangla online Taekwondo tournament ত অংশগ্ৰহণ কৰোৱাৰ যো-জা  চলি আছে।

ইতিমধ্যে তেওঁলোকে যোৱা ১৯আগষ্টত হৈ যোৱা 1st All Assam Qwankido Championship ত ২ টাকৈ স্বৰ্ণ পদক, ১ টা ৰূপৰ পদকৰ লগতে এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।

এই পদক অৰ্জন কৰা কেই গৰাকী হৈছে ক্ৰমে মন্দীপ বৰুৱা (২ টা স্বৰ্ণ পদক), কংকনা গোস্বামী (এটা ৰূপৰ পদক) আৰু আলিয়া লস্কৰ (এটা ব্ৰঞ্জ ৰ পদক)।

ইয়াৰ পিছতে আন্তৰ্জাতিক টুৰ্ণামেণ্টত অংশগ্ৰণ কৰিবলৈ সাজু হোৱা প্ৰতিযোগী কেইগৰাকী ক্ৰমে মনদ্বীপ বৰুৱা, কংকনা গোস্বামী, আলিয়া লস্কৰ, এলিজা খাতুন, চুহানা খাতুন, মনালিছা চেত্ৰী আৰু  ভনিতা বাউৰীয়ে বিশ্বনাথ মহাবিদ্যালয়ৰ পৰা প্ৰতিনিধিত্ব কৰি নিজৰ লগতে মহাবিদ্যালয় আৰু জিলাখনৰ নাম বিশ্ববাসীৰ ওচৰত উজ্জ্বল কৰি তুলিবলৈ তুংগত প্ৰস্তুতি চলাইছে ।

Recent News

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd