• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাৰ এনিমেল কৰিডৰত জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ আৱৰ্জনা পৰিস্কাৰ অভিযান

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
February 10, 2022 6:06 pm
IMG_20220210_165253

ফটো:নৰ্থইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অতি গুৰুত্বপুৰ্ণ এনিমেল কৰিডৰ পানবাৰীত আজি বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰী-ছাত্ৰীয়ে এক বিশেষ চাফাই অভিযান চলায় ৷

এনিমেল কৰিডৰটোৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত যানবাহনে পেলাই যোৱা আৱৰ্জনাই কৰিডৰেদি বিচৰণ কৰা বন্যপ্ৰাণীৰ বাবে ভাবুকি কঢ়িয়াই আনে ৷

জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ১৫ জন স্বেচ্ছাসেৱকে মহবিদ্যালয়খনৰ দুগৰাকী প্ৰবক্তা প্ৰশান্ত শইকীয়া আৰু মতিৰাম দাসৰ নেতৃত্বত পানবাৰী এনিমেল কৰিডৰটো পৰিস্কাৰ কৰি আৱৰ্জনা মুক্ত কৰে ৷

Apply Now

লগতে পঢ়ক: ওদালগুৰিৰ কালাঝাৰত মৰ্মান্তিক ঘটনা; বিদ্যুৎস্পৃষ্ট হৈ তিনি শ্ৰমিকৰ কৰুণ মৃত্যু, গুৰুতৰভাৱে আহত দুজন

এই উপলক্ষে পানবাৰী বন শিৱিৰত আয়োজিত এক বিশেষ অনুষ্ঠানত কাজিৰঙাৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈৰ উপস্থিতিত সঞ্চালক পি শিৱকুমাৰে আনুষ্ঠানিকভাৱে এই চাফাই অভিযান উদ্বোধন কৰে ৷

চাফাই অভিযানৰ অন্যতম উদ্যোক্তা উত্তম শইকীয়াই আঁত ধৰা অনুষ্ঠানত কাজিৰঙাৰ সহকাৰী বন সংৰক্ষক নয়নজ্যোতি ৰাজবংশী আৰু বোকাখাত বনাঞ্চলৰ বনাঞ্চলিক বিষয়া মনজিত সোনোৱালৰ উপৰিও বনকৰ্মী সকলো উপস্থিত থাকে ৷

কাজিৰঙাৰ বাবে সেৱা আগবঢ়াবলৈ পাই আমি সঁচাই গৌৰান্বিত ৷ এনিমেল কৰিডৰত কৰা আৱৰ্জনা পৰিস্কাৰ অভিযানৰ পিচত আমি ৰাষ্ট্ৰীয় পথেদি যোৱা প্ৰতিগৰাকী লোকক কাজিৰঙাৰ এনিমেল কৰিডৰত আৱৰ্জনা নেপেলাবৰ বাবে আহ্বান জনাও বুলি মন্তব্য কৰে জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সদস্য তথা সাধাৰণ সম্পাদৰ ৰিন্টু পেগুয়ে ৷

লগতে পঢ়ক: অসমৰ ভুৱা এনকাউন্টাৰ,মানৱ অধিকাৰ উলঙ্ঘন অৱশেষত সঁচা প্ৰমাণিত হ’ল; দাবী ডঃ দিব্যজ্যোতি শইকীয়াৰ

অকল বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়েই নহয়, স্থানীয় বাকী মহাবিদ্যালয়বোৰেও কাজিৰঙালৈ সেৱা আগবঢ়াব পাৰে বুলি মন্তব্য কৰে কাজিৰঙাৰ সঞ্চালক পি শিৱ কুমাৰে ৷

কাজিৰঙাৰ এনিমেল কৰিডৰ পৰিস্কাৰ কৰি জে ডি এছ জি মহাবিদ্যালয়ে আগবঢ়োৱা সেৱাৰ বাবে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলক ধন্যবাদ জনায় ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে ৷

উত্তম শইকীয়া, বোকাখাত

উত্তম শইকীয়া, বোকাখাত

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

July 5, 2026 9:58 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

July 5, 2026 9:58 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd