• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিক্ষাবৰ্ষ শেষ হ’বলৈ দুটা মাহ বাকী; এতিয়ালৈ য়ুনিফৰ্ম নাপালে খনামুখ প্ৰাৰ্থমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে

by
September 19, 2018 11:02 pm
Sarba siksha

প্ৰতিনিধিত্বমূলক ছবি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বছৰৰ শিক্ষাবৰ্ষ শেষ হ’বলৈ মাজত মাথো দুটা মাহ বাকী। কিন্তু এই পৰ্যন্ত ৰাজ্যৰ শিক্ষা বিভাগে য়ুনিৰ্ফম যোগান ধৰিব নোৱাৰিলে যোৰহাট জিলাৰ টীয়ক কলিয়াপানীস্থিত পূব যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত খনামুখ লাচিত প্ৰাৰ্থমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক।

উল্লেখযোগ্য যে বিদ্যালয়খনত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে মুঠ  ৩৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। চলিত বছৰৰ মাৰ্চ মাহত বিদ্যালয়ৰ প্ৰধান শিক্ষক গৌৰী শংংকৰ ৰাজখোৱাৰ ম’বাইলত বিদ্যায়খনৰ ছাত্ৰ-ছাত্ৰীৰ য়ুনিৰ্ফম চিলোৱাৰ বাবদ শিক্ষা বিভাগৰ কাৰ্যালয়ৰ পৰা ৪ হেজাৰ টকা বিদ্যালয়ৰ একাউন্টত জমা হোৱাৰ এটা মেচেজ আহে।

Apply Now

এযোৰ য়ুনিৰ্ফম চিলোৱাৰ বাবদ চাৰিশ টকা বিভাগে নিৰ্দ্ধাৰণ কৰি দিছে। সেই হিচাপত বিদ্যালয়ৰ ৩৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ য়ুনিফৰ্মৰ বাবদ মুঠ ১৩,২০০ টকা জমা হ’ব লাগিছিল, কিন্তু ১০ জন ছাত্ৰ-ছাত্ৰীৰ বাবেহে পূঁজি যোগান ধৰাত প্ৰধান শিক্ষক গৰাকী বিমোৰত পৰি এই বিষয়ত উৰ্দ্ধতম ৰ্কতৃপক্ষক অৱগত কৰাৰ উপৰিও যোৱা ১০ মে’ত পূব যোৰহাট শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া উৎপল কুমাৰ বৰুৱাক লিখিতভাৱে অৱগত কৰে।

যাৰ ভিত্তিত শিক্ষা বিষয়া গৰাকীয়ে ১৬ মে’ত যোৰহাট জিলা উন্নয়ণ আয়ুক্ত তথা সৰ্ব শিক্ষা বিভাগৰ জিলা মিচন সমন্বয়কক বিষয়টো লিখিত ভাবে জনায়। শিক্ষা বৰ্ষ সমাপ্ত হ’বলৈ মাজত মাথো দুটা মাহ বাকী থকা অৱস্থাতো বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে য়ুনিৰ্ফম লাভ নকৰাৰ বিষয়টোৱে অভিভাৱক তথা বিদ্যালয় পৰিচালনা সমিতিক ক্ষুন্ন কৰি তুলিছে।

যোৱা ১০ আগষ্ট’ত বিদ্যালয়ত পুনৰ ৰাজহুৱা সভাত অনুষ্ঠিত কৰি ৫ দিনৰ ভিতৰত বিদ্যালয়ৰ বাকী ২৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ য়ুনিৰ্ফমৰ ধন মুকলি কৰি দিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনায়, আৰু এইক্ষেত্ৰত জিলা উন্নয়ণ আয়ুক্ত গৰাকীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে যদিও আজি পৰ্যন্ত বিদ্যালয়খনে য়ুনিৰ্ফমৰ ধন লাভ কৰা নাই।

উল্লেখযোগ্য যে চলিত বছৰৰ গুণোৎসৱত ‘এ’ গ্ৰেড প্ৰাপ্ত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে য়ুনিফৰ্মৰ পৰা বঞ্চিত হোৱা খবৰে সৰ্ব-শিক্ষা বিভাগৰ দায়িত্ব জ্ঞানহীন স্বৰূপটো উদঙাই দিছে বুলি ৰাইজে মন্তব্য কৰিছে। তদুপৰি য়ুনিৰ্ফম নাপালে বিদ্যালয়খনত পৰৱৰ্তী গুণোৎসৱ উদযাপন কৰিবলৈ দিয়া নহ’ব বুলি একাংশ অভিভাৱক আৰু পৰিচালনা সমিতিয়ে হুংকাৰ দিছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd