• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত ৰাজপথত নামিল ছাত্ৰ-ছাত্ৰী

NE NOW NEWS পার্শ্বজোতি গগৈ
শিৱসাগৰ , January 14, 2019 3:41 pm

1 min read

IMG-20190114-WA0016-1
388
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ চৌদিশে ভোগালীৰ উল্লাস মাজতে আজি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে  শিৱসাগৰৰ ৰাজ পথত প্ৰতিবাদত নামিল ছাত্ৰ ছাত্ৰী। শিৱসাগৰ জিলাৰ সমুহ মহাবিদ্যালয়ৰ ছাত্ৰ/ ছাত্ৰী  একতা সভা আৰু মহাবিদ্যালয় সমুহৰ ছাত্ৰ ছাত্ৰীৰ সহযোগত এক প্ৰতিবাদী সমদল বাহিৰ কৰা হয়।

নগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা জিলাখনৰ আটাইকেইখন মহাবিদ্যালয়ৰ কেইবা শতাধিক ছাত্ৰ ছাত্ৰীয়ে সমদল কৰি আহি দ’লমুখ চাৰিআলিত পথ অৱৰোধ কৰে। ৰাজ পথত বহি প্ৰতিবাদী ছাত্ৰ -ছাত্ৰী সকলে বিজেপি গো বেক, সৰ্বানন্দ সোণোৱাল অক’ থু,  বিজেপি চৰকাৰ থু থু, নাগৰিকত্ব সংশোধনী বিল বাতিল কৰক, আদি শ্লগানেৰে উত্তাল প্ৰতিবাদ কৰে।

সমগ্ৰ ৰাজ্য আজি মেজি সজা বা ভোজ খোৱাত ব্যস্ত আছ যদিও এই জাতি-ধ্বংসী বিধেয়ক খন বাতিলৰ দাবীত শিৱসাগৰৰ সকলো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ওলাই আহিছে।

‘’বিহু সদায় পোৱা যাব, কিন্তু জাতিটো  গলে পুনৰ ঘূৰাই পোৱা টান। আমি জাতিৰ বাবে ওলাই আহিছো, যেতিয়ালৈকে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল নকৰে এই প্ৰতিবাদ অব্যাহত থাকিব’’ বুলি  প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী সকলে স্পষ্ট ভাষাৰে কয়।

Recent News

অৰুণাচলত অস্ত্ৰ-শস্ত্ৰ সহ পাঁচগৰাকী নগা বিদ্ৰোহীৰ আত্মসমৰ্পন

অৰুণাচলত অস্ত্ৰ-শস্ত্ৰ সহ পাঁচগৰাকী নগা বিদ্ৰোহীৰ আত্মসমৰ্পন

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ajit

টীয়কত চুতীয়া জাতি সন্মিলনৰ মাঘী উৎসৱ উদযাপন

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd