• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মানুহৰ ছালত ৯ ঘণ্টালৈ সক্ৰিয় হৈ থাকে ক’ৰ’ণা ভাইৰাছ, জাপানৰ বিজ্ঞানীৰ গৱেষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 18, 2020 8:14 pm
a skin images
506
VIEWS
Share on FacebookShare on Twitter

কেৱল হাঁচিয়ালে অথবা কাহিলেই ক’ৰ’ণা ভাইৰাছ বিয়পি নপৰে।

মানুহৰ ছালৰ জৰিয়তেও সংক্ৰমিত হ’ব পাৰে মাৰাত্মক ক’ৰ’ণা ভাইৰাছ।

কোনো এজন লোকৰ চালত যদি ক’ৰ’ণা ভাইৰাছ লাগি থাকে তেন্তে সাধাৰণ উত্তাপত সেই ভাইৰাছৰ মৃত্যু নহয়।

পূৰ্বে একাংশ বিজ্ঞানীয়ে এই বুলি মন্তব্য কৰি আহিছিল যে মানুহৰ ছালত ক’ৰ’ণা ভাইৰাছ খুব বেছি সময় বাচি থাকিব নোৱাৰে।

কিন্তু জাপানৰ এদল বিজ্ঞানীয়ে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি মানুহৰ ছালত ৯ ঘণ্টা পৰ্যন্ত ক’ৰ’ণা ভাইৰাছ সক্ৰিয় হৈ থাকে আৰু সেই ভাইৰাছ কিবা প্ৰকাৰে মানুহ এজনৰ দেহৰ ভিতৰলৈ গ’লে মানুহ জন নিশ্চিত ভাবে ক’ৰ’ণাত আক্ৰান্ত হ’ব।

ক্লিনিকেল ইনফেকছিয়াচ ডিজিজেজ জাৰ্নালত প্ৰকাশিত তথ্য অনুসৰি  জীৱন্ত অৱস্থাত মানুহৰ ছালত ক’ৰ’ণা ভাইৰাছ ৯ ঘণ্টালৈ সক্ৰিয় হৈ থকাৰ লগতে  মৃতদেহৰ ছালতো একে সময়ৰ বাবেই ক’ৰ’ণা সক্ৰিয় হৈ থাকে।

বিজ্ঞানীৰ দলটোৱে সেয়ে সঘনাই হাত ধোৱাৰ অভ্যাস কেতিয়াও বাদ দিব নালাগে বুলি মন্তব্য কৰিছে।

উল্লেখ্য আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা বিভিন্ন সামগ্ৰীতো পূৰ্বে ভবাতকৈও বহু বেছি দিন ক’ৰ’ণা ভাইৰাছ সক্ৰিয় অৱস্থাত থাকে।

ক’ৰ’ণা ভাইৰাছ আমি নিতৌ ব্যৱহাৰ কৰি থকা কাগজৰ নোট, মোবাইল ফোন, ষ্টেইনলেছ ষ্টীলৰ সামগ্ৰী আদিত কমেও ২৮ দিন সক্ৰিয় হৈ থাকে।

অষ্ট্ৰেলিয়াৰ নেছনেল ছায়েন্স এজেঞ্চিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ক’ৰ’ণা ভাইৰাছ কেৱল এই ভাইৰাছত আক্ৰান্ত ৰোগীয়ে কাহিলে অথবা হাচিয়ালেই বিয়পি নপৰে, আমি ব্যৱহাৰ কৰি থকা আন বহু সামগ্ৰীৰ পৰাও এই ভাইৰাছ বিয়পি পৰিব পাৰে।

আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰলেও অষ্ট্ৰেলিয়াৰ বিজ্ঞানীৰ দলটোৰ সুৰতে সুৰ মিলাই কৈছে যে দৈনন্দিন ব্যৱহৃত প্লাষ্টিক, গ্লাছ আদি সামগ্ৰীৰ দ্বাৰাও ক’ৰ’ণা ভাইৰাছ বিয়পি পৰিব পাৰে।

Recent News

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd