• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতৰ সমুহ বিদ্যালয়ৰ বাবে মহকুমা প্ৰশাসনৰ শিক্ষা দিপ্তী নামৰ নতুন আঁচনি

উত্তম শইকীয়া by উত্তম শইকীয়া
June 15, 2020 7:29 pm
IMG-20200615-WA0052~2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড ১৯ ৰ বিশ্ব ত্ৰাসৰ সময়ত আটাইতকৈ বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে ছাত্ৰ-ছাত্ৰী সকল৷ যাৰ বাবে ছাত্ৰ-ছাত্ৰী সকল ক্ৰমান্বয়ে যেন শিক্ষা জগতখনৰ পৰা আঁতৰি গৈছে৷

শ্ৰেণী কোঠাৰ প্ৰতি অনীহাহে প্ৰকাশ কৰিব ধৰিছে৷ কোভিড ১৯ ৰ ভয়াৱহ সংক্ৰমনৰ সময়ত বিদ্যালয় সমুহ কেতিয়া খুলিব তাৰ কোনো নিশ্চয়তা নাই৷

Apply Now

এনে সময়তে গোলাঘাট পশ্চিম শিক্ষাখণ্ডৰ বোকাখাতত থকা কাৰ্যালয়ৰ সহযোগত বোকাখাতৰ মহকুমাধিপতিয়ে আজিৰে পৰা বোকাখাত মহকুমাৰ সমুহ বিদ্যালয়ৰ বাবে আৰম্ভ কৰিছে শিক্ষা দিপ্তী নামৰ এক বিশেষ আঁচনি৷

এই আঁচনিৰ জৰিয়তে মহকুমাটোৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল বিদ্যালয়লৈ আহিব নোৱাৰাৰ ফলত এতিয়াৰ পৰা শিক্ষকসকলহে ছাত্ৰ ছাত্ৰীসকলৰ বাসগৃহলৈ গৈ শিক্ষাৰ্থীসকলৰ মানসিকতাৰ বুজ লোৱাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি নিজ বাসগৃহতে পাঠদানৰ ব্যৱস্থা কৰিব লাগিব৷

আজি বোকাখাতৰ টাউন হাইস্কুলত আয়োজিত এক বিশেষ অনুষ্ঠানত এই আঁচনিৰ শুভাৰম্ভ কৰা হয়৷

অনুষ্ঠানত শিক্ষা বিভাগৰ বিষয়ববীয়াৰ, বিদ্যালয়সমুহৰ প্ৰধান শিক্ষক আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷ অনুষ্ঠানতে মহকুমাধিপতি বিবেক শ্যামে আনুষ্ঠানিকভাৱে শিক্ষা দিপ্তী নামৰ এই আঁচনিখন উদ্বোধন কৰে৷

মহকুমাধিপতি গৰাকীয়ে প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰীকে আন্তৰিকতাৰে এই কাৰ্য্যসূচী সফল কৰি তুলিবলৈ আহ্বান  জনায়।

ছাত্ৰ-ছাত্ৰীসকলক দেশৰ ভৱিষ্যত বুলি  উল্লেখ কৰি মহকুমাধিপতি বিবেক শ্যামে বৰ্তমানৰ সময়ছোৱাত সু-পৰিকল্পিত তথা  সৃজনশীল পদ্ধতিৰে ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক তথা মানসিক বিকাশ সাধন কৰিব  লাগিব বুলিও উল্লেখ কৰে।

আজিৰ অনুষ্ঠানত পশ্চিম গোলাঘাট শিক্ষা খণ্ডৰ খণ্ড  প্ৰাথমিক শিক্ষা বিষয়া  বৰ্মণ টেৰণ, জেষ্ঠ নাগৰিক তথা সাংবাদিক ভবানন্দ কলিতা, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে।

অনুষ্ঠানটোৰ আঁত ধৰে খণ্ড সমল ব্যক্তি প্ৰদীপ শৰ্মাই।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd