• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আমেৰিকাৰ জিম্মাত ৰাছিয়াৰ জাহাজত আৱদ্ধ ভাৰতীয় নৌসেনাৰ বিষয়া: পুত্ৰক ঘূৰাই আনিবলৈ মোদী চৰকাৰক কাতৰ অনুৰোধ পৰিয়ালৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 12, 2026 7:25 pm
59
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিমাচল প্ৰদেশৰ কাংগৰাৰ এজন যুৱকৰ বিয়াৰ প্ৰস্তুতি চলি থকাৰ মাজতে এটা দুখবৰ আহি পৰিছে। অহা ফেব্ৰুৱাৰী মাহত বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছিল মাৰ্চেণ্ট নেভি অফিচাৰ ৰিক্ষিত চৌহানৰ। কেইদিনমানৰ পিছতে ঘৰলৈ উভতি অহাৰ কথা আছিল যদিও তাৰ পূৰ্বেই তেওঁক আমেৰিকাৰ সেনাই আটক কৰে। আটলাণ্টিক মহাসাগৰত এখন ৰাছিয়াৰ তৈল জাহাজত যাত্ৰা কৰি থকা অৱস্থাত ৰিক্ষিতসহ তিনিজন ভাৰতীয়ক আমেৰিকাৰ সেনাই জাহাজখনৰ সৈতে জব্দ কৰে। এই ঘটনাক লৈ এতিয়া চিন্তিত হৈ পৰিছে ৰিক্ষিতৰ পৰিয়ালৰ লগতে তেওঁৰ আত্মীয়সকল

আচলতে ভেনিজুৱেলাত এক সামৰিক অভিযান চলোৱাৰ পিছত আমেৰিকাই ৰাছিয়াৰ তেল টেংকাৰ মেৰিনেৰা জব্দ কৰিছিল। এই জাহাজখনৰ ২৮ জন যাত্ৰীৰ ভিতৰত তিনিজন আছিল ভাৰতীয়। ইয়াৰে ভিতৰত এজন হ’ল ২৮ বছৰীয়া ৰিক্ষিত চৌহান। উল্লেখ্য যে ৰাছিয়াৰ এটা নিযুক্তি সংস্থাই তেওঁক প্ৰথম চাকৰিৰ বাবে ভেনিজুৱেলালৈ প্ৰেৰণ কৰিছিল। যোৱা ৭ জানুৱাৰীত ৰিক্ষিতে শেষবাৰৰ বাবে তেওঁৰ পৰিয়ালৰ সৈতে কথা পাতিছিল। তাৰ পিছৰ পৰাই তেওঁৰ সৈতে যোগাযোগ বিছিন্ন হৈ পৰে আৰু ১০ জানুৱাৰীত পৰিয়ালে গম পায় যে তেওঁলোকৰ পুত্ৰক আমেৰিকাৰ সেনাই আটক কৰিছে।

Apply Now

পুত্ৰৰ এনে বিপদৰ সময়ত চকুৰ পানী টুকিছে মাতৃ ৰীতা দেৱীয়ে। অহা ১৯ ফেব্ৰুৱাৰীত ৰিক্ষিতৰ বিয়া হোৱাৰ কথা আছিল। পুত্ৰক সুকলমে ঘৰলৈ ঘূৰাই আনিবলৈ তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কাতৰ অনুৰোধ জনাইছে। ভগৱানৰ ওচৰতো তেওঁ প্ৰাৰ্থনা জনাইছে যাতে তেওঁৰ পুত্ৰ সোনকালে ঘৰলৈ উভতি আহে। আনহাতে ৰিক্ষিতৰ পিতৃ ৰঞ্জিত সিঙে জনাইছে যে শেষবাৰ কথা পাতোতে ৰিক্ষিতে জনাইছিল যে ভেনিজুৱেলাৰ পৰিস্থিতিৰ বাবে কৰ্তৃপক্ষই তেওঁলোকক তাৰ পৰা উভতি যাবলৈ নিৰ্দেশ দিছে।

ইফালে ভাৰত চৰকাৰেও এই সমগ্ৰ বিষয়টো যথেষ্ট গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে জনাইছে যে চৰকাৰে সমগ্ৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে। সেই জাহাজখনত থকা ভাৰতীয় নাগৰিকসকলৰ বিষয়ে তথ্য সংগ্ৰহ কৰাৰ লগতে তেওঁলোকক মুক্ত কৰি অনাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। এতিয়া ৰিক্ষিতৰ পৰিয়ালে আশা কৰিছে যে ভাৰত চৰকাৰৰ হস্তক্ষেপেৰে তেওঁলোকৰ পুত্ৰ অতি সোনকালে সুকলমে দেশলৈ উভতি আহিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

June 28, 2026 10:15 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 28, 2026 9:15 am
ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

June 28, 2026 9:02 am
মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

June 28, 2026 8:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

June 28, 2026 10:15 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 28, 2026 9:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd