• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জেইলৰ পৰা ওলায়েই পুনৰ সক্ৰিয় সুবোধ বিশ্বাস; দেওবাৰে ভাষণ দিবলৈ নাগপুৰলৈ আমন্ত্ৰিত

হিন্দু বাংলাদেশীৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰাৰ দাবী তুলিব

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 26, 2018 9:03 am

1 min read

Subodh Bishwas

সুবোধ বিশ্বাস। সোঁফালৰ পৰা দ্বিতীয়জন।

173
VIEWS
Share on FacebookShare on Twitter

এবছৰৰো অধিক কাল জেইলত থাকি অলপতে জামিনত মুকলি আকাশৰ তললৈ অহা চিলাপথাৰ কাণ্ডৰ খলনায়ক তথা নিখিল ভাৰত উদাস্তু সমন্বয় সমিতিৰ নেতা সুবোধ বিশ্বাস হৈ পৰিল হিন্দু বাংলাদেশীৰ নয়নৰ মণি। এতিয়া সুবোধ বিশ্বাসক বীৰদৰ্পে আদৰিবলৈ হিন্দু বাংলাদেশীৰ দল-সংগঠন আৰু তেওঁলোকৰ সমৰ্থকসকলৰ মাজত আগ্ৰহ বৃদ্ধি পোৱা দেখা গৈছে।

জানিব পৰামতে, অহা ৩০ ছেপ্তেম্বৰত নাগপুৰত অনুষ্ঠিত কৰিব লগীয়া এখন বৈঠকতো ভাষণ দিব সুবোধ বিশ্বাসে। ৰাজ্যৰ বাহিৰলৈ যাবলৈ আদালতে অনুমতি দিলেই নিখিল ভাৰত উদাস্তু সমন্বয় সমিতিৰ এই বৈঠকখনত ভাগ লোৱাৰ উদ্দেশ্য সুবোধ বিশ্বাস উৰা মাৰিব কলকাতালৈ। কলকাতাৰ বিমানবন্দৰতে নিখিল ভাৰত উদাস্তু সমন্বয় সমিতিয়ে তেওঁক আদৰণি জনাবলৈ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছে।

নাগপুৰত অনুষ্ঠিতব্য বৈঠকখনত হিন্দু বাংলাদেশীৰ নাগৰিকত্ব বিষয়টো বিস্তাৰিতভাৱে আলোচনা কৰা হ’ব আৰু সুবোধ বিশ্বাসে এই বৈঠকখনত ভাষণ দিব। লগতে বৈঠকৰ মজিয়াৰ পৰাই অসমত উন্নীতকৰণ হৈ থকা এন আৰ চিত হিন্দু বাংলাদেশীৰ নাম অন্তৰ্ভুক্তৰ দাবী উত্থাপন কৰা হ’ব। এইখিনি কথা জানিবলৈ দিছে নিখিল ভাৰত উদাস্তু সমন্বয় সমিতিৰ সাধাৰণ সম্পাদক তথা উচ্চতম ন্যায়ালয়ৰ এজন অধিবক্তা অম্বিকা ৰায়ে।

Recent News

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd