• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মোদীয়ে তেওঁৰ মেৰুদণ্ডহীন স্তাৱকসকলক মন্ত্ৰিত্ব দিয়াৰ এয়া ফল’; বৈষ্ণৱৰ পদত্যাগ দাবী স্বামীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2023 1:34 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰৰ পিছত এইবাৰ বিজেপিৰ প্ৰাক্তন সাংসদ ড০ সুব্ৰমনিয়ম স্বামীয়ে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ পদত্যাগৰ দাবী জনায়।

স্বামীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পোনপটীয়াকৈ কটাক্ষ কৰি কয় যে প্ৰধানমন্ত্ৰীয়ে কেৱল মেৰুদণ্ডবিহীন স্তাৱকক মন্ত্ৰী কৰাৰ ফলাফল পাইছে। ৰে’ল মন্ত্ৰীয়ে পদত্যাগ কৰা উচিত।

বালেশ্বৰত সংঘটিত হোৱা ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ পিছত ৰে’ল বিভাগৰ গুৰুতৰ গাফিলতি, অসংগঠিত ব্যৱস্থা আৰু সমন্বয়ৰ অভাৱ দুৰ্ঘটনাৰ আঁৰৰ অন্যতম কাৰণ হিচাপে পোহৰলৈ আহিছে।

Apply Now

লগতে পঢ়ক: এতিয়াও চিনাক্ত হোৱা নাই ১৬০টা মৃতদেহ! বালেশ্বৰৰ পৰা আঁতৰাইছে চৰকাৰে; ক’লৈ নিয়া হৈছে?

ইতিহাসত ইয়াৰ পূৰ্বে এনে দুৰ্ঘটনাৰ বাবে মাত্ৰ দুজন ৰে’ল মন্ত্ৰীয়েহে পদত্যাগ কৰিছে। প্ৰথমজন আছিল লালবাহাদুৰ শাস্ত্ৰী। দ্বিতীয়জন হৈছে নীতিশ কুমাৰ। স্বাভাৱিকতে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ পদত্যাগৰ দাবী উত্থাপন হৈছে।

এটা টুইটযোগে সুব্ৰমনিয়াম স্বামীয়ে দাবী কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল অযোগ্য স্তাৱকক মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। আৰু তাৰেই ফল বালেশ্বৰৰ দৰে দুৰ্ঘটনা।

Now we know: The fast train that flew off the tracks to an oncoming train was never to be allowed on those tracks since the tracks were meant for a slower train. Thus Rail Mantri must resign without waiting for a nod from the PM. Of course Modi is world famous for recruiting…

— Subramanian Swamy (@Swamy39) June 4, 2023

স্বামীয়ে কয়, “এই ট্ৰেকবোৰ লেহেমীয়া ৰে’লৰ বাবে। ইমান বেগী ৰে’ল এই ট্ৰেকত চলোৱাই উচিত হোৱা নাই। গতিকে ৰে’ল মন্ত্ৰীয়ে পদত্যাগ কৰা উচিত। প্ৰধানমন্ত্ৰীৰ অনুমতিলৈ অপেক্ষা নকৰি ৰে’ল মন্ত্ৰীয়ে নিজেই পদত্যাগ কৰা উচিত। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অযোগ্য আৰু মেৰুদণ্ডহীন স্তাৱকসকলক মন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ বাবে বিখ্যাত। তাৰ মূল্য তেওঁ দিবলগীয়া হৈছে। মণিপুৰো ইয়াৰ নিদৰ্শন। মোদীয়ে তাতো তেওঁৰ শিষ্যসকলক বহুৱাই ৰাখিছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

August 28, 2026 7:17 pm
জুবিন ক্ষেত্ৰত বজ্ৰপাতৰ আতংক! নাহৰ গছ উভালি আহত ৩ মহিলা, ক্ষতিগ্ৰস্ত জুবিন গাৰ্গৰ কাটআউট

জুবিন ক্ষেত্ৰত বজ্ৰপাতৰ আতংক! নাহৰ গছ উভালি আহত ৩ মহিলা, ক্ষতিগ্ৰস্ত জুবিন গাৰ্গৰ কাটআউট

August 28, 2026 6:37 pm
৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

August 28, 2026 4:45 pm
গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

August 28, 2026 7:17 pm
জুবিন ক্ষেত্ৰত বজ্ৰপাতৰ আতংক! নাহৰ গছ উভালি আহত ৩ মহিলা, ক্ষতিগ্ৰস্ত জুবিন গাৰ্গৰ কাটআউট

জুবিন ক্ষেত্ৰত বজ্ৰপাতৰ আতংক! নাহৰ গছ উভালি আহত ৩ মহিলা, ক্ষতিগ্ৰস্ত জুবিন গাৰ্গৰ কাটআউট

August 28, 2026 6:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd