• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এতিয়াও চিনাক্ত হোৱা নাই ১৬০টা মৃতদেহ! বালেশ্বৰৰ পৰা আঁতৰাইছে চৰকাৰে; ক’লৈ নিয়া হৈছে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2023 12:18 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰমণ্ডল ৰে’ল দুৰ্ঘটনাত নিহত হোৱা বহু লোক এতিয়াও চিনাক্ত হোৱা নাই। পৰিয়ালৰ কোনো লোকৰো সন্ধান পোৱা হোৱা নাই। বৰ্তমান সকলো মৃতদেহ বালেশ্বৰৰ পৰা আঁতৰাই অনাৰ কাম চলি আছে। আৰু ভাল কৰি যাতে মৃতদেহ সংৰক্ষণ কৰিব পৰা যায় তাৰবাবে মৃতদেহবোৰ ৰাজধানী ভুৱনেশ্বৰলৈ লৈ অনা হৈছে। ওড়িশা চৰকাৰে তেনে সিদ্ধান্তই লৈছে।

ভুৱনেশ্বৰত মৃতদেহ সংৰক্ষণৰ ব্যৱস্থা বালেশ্বৰতকৈ তুলনামূলকভাৱে ভাল। গতিকে এই সিদ্ধান্ত লোৱা হৈছে বুলি ওড়িশাৰ মুখ্য সচিব প্ৰদীপ কুমাৰ জেনাই জানিবলৈ দিয়ে।

লগতে পঢ়ক: প্ৰকৃত সেনানী! কৰমণ্ডলত মোবাইলৰ পোহৰত উদ্ধাৰ কাৰ্য আৰম্ভ কৰা সেই নায়কসকলৰ কথা জানেনে?

Apply Now

তেওঁ কয় যে এই পৰ্যন্ত আৰু ১৬০টা মৃতদেহ চিনাক্ত কৰিব পৰা হোৱা নাই। শনিবাৰে সন্ধিয়া মুখ্য সচিবগৰাকীয়ে কয় যে আমি ১৬০টা মৃতদেহ ভুৱনেশ্বৰলৈ আনিম। সেইবোৰ ৰাজধানীৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ৰ মৰ্গত ৰখা হ’ব।

৪২ ঘণ্টা ধৰি মৃতদেহবোৰ সংৰক্ষণ কৰা হ’ব। তাৰ ভিতৰত আত্মীয় মানুহ ভুৱনেশ্বৰলৈ আহি মৃতদেহ চিনাক্ত কৰিব পাৰিব। এই সময়ছোৱাত চিনাক্ত কৰিব নোহোৱা সকলো মৃতদেহ কিছু চিকিৎসা পদ্ধতি অনুসৰণ কৰি ওড়িশা চৰকাৰে দাহ কৰি পেলাব।

মুখ্য সচিবগৰাকীয়ে কয় যে এই দুৰ্ঘটনাৰ বাবে ভদ্ৰক আৰু বালেশ্বৰত ৰে’ল সেৱা ব্যাহত হৈ পৰিছে। গতিকে মৃতকৰ আত্মীয়ই পোনপটীয়াকৈ ভুৱনেশ্বৰলৈ আহি মৃতদেহটো চিনাক্ত কৰিব পাৰিব।

লগতে পঢ়ক: সঘনাই কাণত ইয়াৰবাড, বধিৰ হৈ পৰিল যুৱক; সতৰ্ক হওক, নহ’লে পস্তাৱ লাগিব জীৱনভৰ!

দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা যিবোৰ চিনাক্ত হৈছে সেই মৃতদেহবোৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালকেইটাক গতাই দিয়া হৈছে। চিনাক্ত নোহোৱা লোকসকলৰ মৃতদেহ বালেশ্বৰৰ বাহাংগা হাইস্কুল আৰু নৰ্থ ওড়িশা চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ অস্থায়ী মৰ্গত ৰখা হৈছে। তাৰ পৰাই ভুৱনেশ্বৰলৈ প্ৰেৰণ কৰা হ’ব মৃতদেহবোৰ। ওড়িশাৰ বিভিন্ন চিকিৎসালয়ত এতিয়াও বহু লোক চিকিৎসাধীন হৈ আছে। বহুতকে মুকলি কৰি দিয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

August 28, 2026 7:17 pm
জুবিন ক্ষেত্ৰত বজ্ৰপাতৰ আতংক! নাহৰ গছ উভালি আহত ৩ মহিলা, ক্ষতিগ্ৰস্ত জুবিন গাৰ্গৰ কাটআউট

জুবিন ক্ষেত্ৰত বজ্ৰপাতৰ আতংক! নাহৰ গছ উভালি আহত ৩ মহিলা, ক্ষতিগ্ৰস্ত জুবিন গাৰ্গৰ কাটআউট

August 28, 2026 6:37 pm
৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

August 28, 2026 4:45 pm
গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

August 28, 2026 7:17 pm
জুবিন ক্ষেত্ৰত বজ্ৰপাতৰ আতংক! নাহৰ গছ উভালি আহত ৩ মহিলা, ক্ষতিগ্ৰস্ত জুবিন গাৰ্গৰ কাটআউট

জুবিন ক্ষেত্ৰত বজ্ৰপাতৰ আতংক! নাহৰ গছ উভালি আহত ৩ মহিলা, ক্ষতিগ্ৰস্ত জুবিন গাৰ্গৰ কাটআউট

August 28, 2026 6:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd