• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সঘনাই কাণত ইয়াৰবাড, বধিৰ হৈ পৰিল যুৱক; সতৰ্ক হওক, নহ’লে পস্তাৱ লাগিব জীৱনভৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2023 11:10 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা দুটা দশকক প্ৰযুক্তিৰ যুগ বুলি ক’লেও ভুল কোৱা নহ’ব কিয়নো এই সময়ছোৱাত কম্পিউটাৰ, মোবাইল ফোন, ইণ্টাৰনেট বিপ্লৱে সমগ্ৰ বিশ্বকে সলনি কৰি পেলাইছে। প্ৰতিদিনে বজাৰলৈ আহি আছে নতুন নতুন অত্যাধুনিক গেজেট। মানুহেও ইয়াৰ সুবিধা লৈছে। ইয়াৰ লগে লগে পুনৰ উক দি উঠিছে সভ্যতাক লৈ চিৰন্তন প্ৰশ্ন, বিজ্ঞান অভিশাপ নে আশীৰ্বাদ?

উত্তৰ প্ৰদেশৰ ১৮ বছৰীয়া যুৱকজনৰ ঘটনাই সকলোকে শংকিত কৰি পুনৰ সেই প্ৰশ্নৰে যেন অৱতাৰণা কৰিছে। অতিৰিক্ত হেডফোন ব্যৱহাৰৰ বাবে তেওঁৰ শ্ৰৱণ ক্ষমতা হেৰাই গৈছে। সাৱধান নহ’লে যিকোনো ব্যক্তি এই বিপদত পৰিব পাৰে বুলি বিশেষজ্ঞ চিকিৎসকে জনায়। বিপদৰ পৰা হাত সাৰিবলৈ তেওঁলোকে মূল্যৱান পৰামৰ্শও দিছে।

লগতে পঢ়ক: সাৱধান! ৰোগীৰ বাবে বিপজ্জনক ১৪টা ‘ককটেল ঔষধ’ নিষিদ্ধ কৰিলে কেন্দ্ৰই

Apply Now

উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ যুৱকজনে প্ৰায় সকলো সময়তে কাণত ইয়াৰবাড ৰাখিছিল। এই দীৰ্ঘদিনীয়া অভ্যাসটোৰ বাবে তেওঁ শ্ৰৱণ ক্ষমতা হেৰুৱাই পেলালে। চিকিৎসকৰ পৰামৰ্শ মতে শ্ৰৱণ যন্ত্ৰৰ অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লোৱা হৈছিল। যদিও অস্ত্ৰোপচাৰত বধিৰতা সম্পূৰ্ণৰূপে নাইকিয়া হোৱা নাই যদিও তেওঁ আগৰ তুলনাত ভালে আছে।

এই ঘটনাটোক উদাহৰণ হিচাপে তুলি ধৰি চিকিৎসকসকলে ইয়াৰফোন তথা ইয়াৰবাডৰ সন্দৰ্ভত সতৰ্ক কৰি দিছে। উল্লেখ্য যে ভাৰতত ইয়াৰফোনৰ বজাৰ বৃদ্ধি পাইছে। যোৱা বছৰৰ তুলনাত ইয়াৰফোনৰ বিক্ৰী ৭৪.৭ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ পৰাই বুজিব পৰা যায় দেশৰ কিমানে ইয়াৰফোন বা ইয়াৰবাড ব্যৱহাৰ কৰে।

চিকিৎসকৰ মতে এঘণ্টাৰো অধিক সময় অবিৰতভাৱে ইয়াৰফোন ব্যৱহাৰ কৰাটো বিপদজনক। কিন্তু কিয়? কাণৰ নলীত বায়ু চলাচল কৰাটো অতি প্ৰয়োজনীয়। বহু সময় বন্ধ কৰি ৰাখিলে কাণত ঘাম জমা হ’ব পাৰে। ইয়াৰ ফলত সংক্ৰমণ হব পাৰে।

লগতে পঢ়ক: মহিলাগৰাকী মাংগলিক নেকি জানিব বিচাৰিছিল উচ্চ ন্যায়ালয়ে; হস্তক্ষেপ উচ্চতম ন্যায়ালয়ৰ!

চেণ্টাৰ ফৰ ডিজিজ কন্ত্ৰোলৰ পৰিসংখ্যা অনুসৰি ৬-১৯ বছৰ বয়সৰ শিশুৰ ১২.৫ শতাংশ (৫০ লাখতকৈ অধিক), ২০-৬৯ বছৰ বয়সৰ ১৭ শতাংশ প্ৰাপ্তবয়স্কৰ (২কোটি ৬ লাখতকৈ অধিক) ইয়াৰফোনৰ অত্যধিক ব্যৱহাৰৰ বাবে শ্ৰৱণ ক্ষমতা হেৰুৱাইছে।

এই সন্দৰ্ভত চিকিৎসকৰ পৰামৰ্শ কি? ইয়াৰবাড ব্যৱহাৰ কৰাৰ সময়ত ভলিউম নিয়ন্ত্ৰণত ৰাখক। ইয়াৰ ফলত কাণৰ পৰ্দাৰ ক্ষতি হোৱাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব।

ইয়াৰবাড আৰু ইয়াৰফোনৰ মাজত ইয়াৰফোনকে বাছি লওক। ইয়াৰবাড কাণৰ নলীৰ ভিতৰলৈ প্ৰৱেশ কৰে। শব্দই পোনে পোনে ভিতৰৰ কাণত খুন্দা মাৰে। ফলত ক্ষতিৰ সম্ভাৱনাও অধিক।

লগতে পঢ়ক: প্ৰকৃত সেনানী! কৰমণ্ডলত মোবাইলৰ পোহৰত উদ্ধাৰ কাৰ্য আৰম্ভ কৰা সেই নায়কসকলৰ কথা জানেনে?

কেতিয়াও ইয়াৰফোন বা ইয়াৰবাড অবিৰতভাৱে ব্যৱহাৰ নকৰিব। কাণক জিৰণি লোৱাৰ সুযোগ দিয়ক। এই নিয়মসমূহ পালন কৰিলে শ্ৰৱণ ক্ষমতা হেৰুৱাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

August 28, 2026 7:17 pm
জুবিন ক্ষেত্ৰত বজ্ৰপাতৰ আতংক! নাহৰ গছ উভালি আহত ৩ মহিলা, ক্ষতিগ্ৰস্ত জুবিন গাৰ্গৰ কাটআউট

জুবিন ক্ষেত্ৰত বজ্ৰপাতৰ আতংক! নাহৰ গছ উভালি আহত ৩ মহিলা, ক্ষতিগ্ৰস্ত জুবিন গাৰ্গৰ কাটআউট

August 28, 2026 6:37 pm
৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

August 28, 2026 4:45 pm
গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

August 28, 2026 7:17 pm
জুবিন ক্ষেত্ৰত বজ্ৰপাতৰ আতংক! নাহৰ গছ উভালি আহত ৩ মহিলা, ক্ষতিগ্ৰস্ত জুবিন গাৰ্গৰ কাটআউট

জুবিন ক্ষেত্ৰত বজ্ৰপাতৰ আতংক! নাহৰ গছ উভালি আহত ৩ মহিলা, ক্ষতিগ্ৰস্ত জুবিন গাৰ্গৰ কাটআউট

August 28, 2026 6:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd