• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহিলাগৰাকী মাংগলিক নেকি জানিব বিচাৰিছিল উচ্চ ন্যায়ালয়ে; হস্তক্ষেপ উচ্চতম ন্যায়ালয়ৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2023 9:35 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এলাহাবাদ উচ্চ ন্যায়ালয়ে লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ জ্যোতিষ শাস্ত্ৰ বিভাগক এগৰাকী মহিলা মাংগলিক হয় নে নহয় জানিবলৈ তেওঁৰ জন্ম কুণ্ডলী বিশ্লেষণ কৰি চাবলৈ নিৰ্দেশ দিছিল। কিন্তু শনিবাৰে উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ স্থগিত ৰাখে। দৰাচলতে এজন পুৰুষে বিয়াৰ প্ৰতিশ্ৰুতিৰে এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ উঠিছিল। সেই গোচৰত মহিলাগৰাকীয়ে জামিনৰ বাবে আবেদন কৰিছিল। সেই গোচৰত আদালতে সেই বিশেষ নিৰ্দেশ দিছিল।

অভিযুক্তই আদালতত কৈছিল যে মহিলাগৰাকীৰ মংগলিক দোষ থকাৰ বাবেই শেষত বিবাহ কৰিব পৰা নগ’ল।

ইপিনে, উচ্চতম ন্যায়ালয়ে গোচৰৰ শুনানিত জ্যোতিষ শাস্ত্ৰৰ দৰে কাকো ব্যক্তিগত বিষয়ৰ সৈতে আদালতে জড়িত নকৰে বুলি কয়।

Apply Now

লগতে পঢ়ক: প্ৰকৃত সেনানী! কৰমণ্ডলত মোবাইলৰ পোহৰত উদ্ধাৰ কাৰ্য আৰম্ভ কৰা সেই নায়কসকলৰ কথা জানেনে?

ন্যায়াধীশ সুধাংশু ধুলীয়া, পংকজ মিট্টালৰ বিচাৰপীঠে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰে।

বাতৰি অনুসৰি, দেশৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ একক বিচাৰপীঠে ২৩ মে’ত এক নিৰ্দেশত শীৰ্ষ আদালতে স্থগিতাদেশ জাৰি কৰিছে । এই গোচৰৰ বিষয়বস্তুৰ বিষয়ে অৱশ্যে সৰ্বোচ্চ আদালতে একো কোৱা নাই।

জানিব পৰা মতে, হিন্দু জ্যোতিষৰ মতে মংগল গ্ৰহৰ প্ৰভাৱত জন্ম লোৱাসকলক মংগলিক বুলি কোৱা হয়। আৰু সেই সকলো মানুহৰ মাংগলিক দোষ থকা বুলি কোৱা হয়। বৈবাহিক জীৱনতো তেওঁলোকে বিভিন্ন প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়। কিন্তু বহুতৰ মতে এইবোৰ কেৱল অন্ধবিশ্বাস। আকৌ বহুতৰ মতে ই বিশ্বাসৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, বাস্তৱত কোনো ভিত্তি নাই। কিন্তু গোটেই কথাটো বিতৰ্কৰ আওতালৈ আহিছে।

লগতে পঢ়ক: উৰিষ্যাঃ  নিজে বাচিল কিন্তু বচাব নোৱাৰিলে ১৮ বছৰীয়া পুত্ৰক, ঘৰলৈ ফোন কৰি নিজেই দিলে পুত্ৰৰ মৃত্যু সংবাদ

ইপিনে, মহিলাগৰাকীৰ হৈ অধিবক্তাগৰাকীয়ে কয় যে মহিলাগৰাকী মাংগলিক নহয়। কিন্তু লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ জ্যোতিষ বিভাগত জন্ম কুণ্ডলীখন জমা দিব লাগে বুলি এলাহাবাদ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়ে। আনকি বন্ধ খামত তিনি সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিয়া হৈছিল।

অৱশ্যে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশ অতি অস্বস্তিকৰ। এই নিৰ্দেশ স্থগিত ৰখাৰ প্ৰয়োজন।

লগতে পঢ়ক: চাৰি বছৰীয়া হ’ব স্নাতকৰ পাঠ্যক্ৰম : নতুন শিক্ষানীতি উদ্বোধন কৰি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে

তেওঁ জনাইছে যে কোনোবাই মাংগলিক হয় নে নহয় বুলি কোনেও প্ৰশ্ন কৰা নাই। জ্যোতিষ হৈছে বিজ্ঞান। কিন্তু প্ৰশ্ন হৈছে আদালতে এই নিৰ্দেশ দিব পাৰেনে?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd