• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক্লাছমেটে আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাত শ্ৰীমন্ত শংকৰ একাডেমীৰ শিক্ষাৰ্থীৰ সাফল্য

ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হৈছে এএছএ বিজয়ী প্ৰতিযোগীসকল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 17, 2020 12:50 pm

2 min read

ক্লাছমেটে আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাত শ্ৰীমন্ত শংকৰ একাডেমীৰ শিক্ষাৰ্থীৰ সাফল্য
502
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নাতংকৰ বাবে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ যোৱা তিনিমাহ ধৰি বন্ধ হৈ আছে।

এই বন্ধৰ সময়তে ক্লাছমেটে আয়োজন কৰা অনলাইন চিত্ৰাংকন প্ৰতিযোগিতা শ্ৰীমন্ত শংকৰ একাডেমীৰ শিক্ষাৰ্থীয়ে সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে।

ইতিমধ্যে এই অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিছে ক্লাছমেটে।

ঘোষিত ফলাফল অনুসৰি ‘ক’ শাখাত শ্ৰীমন্ত শংকৰ একাডেমীৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ দিব্য প্ৰতীম ভাগৱতীয়ে প্ৰথম, তৃতীয় শ্ৰেণীৰ ছাত্ৰী প্ৰতিষ্ঠা ডেকাই দ্বিতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ আশীষ কাশ্যপ গগৈয়ে তৃতীয় স্থান লাভ কৰিছে।

আনহাতে ‘খ’ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে শ্ৰীমন্ত শংকৰ একাডেমীৰে শিক্ষাৰ্থী ক্ৰমে মেঘনা দাস(সপ্তম শ্ৰেণী), অনুস্মৃতা অত্ৰী(পঞ্চম শ্ৰেণী) আৰু ধ্ৰুৱ কিশোৰ দাসে(ষষ্ঠ শ্ৰেণী)।

এই প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকল ক্লাছমেটৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰিছে বুলি জনাইছে ক্লাছমেটে।

ক’ৰ’নাতংকৰ বাবে দেশত শিক্ষানুষ্ঠানসমূহ বন্ধ থকাৰ সময়তে ক্লাছমেটে সৰ্বভাৰতীয় পৰ্যায়ত অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিব।

শ্ৰীমন্ত শংকৰ একাডেমীৰ এই বিজয়ী প্ৰতিযোগীসকলে উক্ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হৈছে।

উল্লেখ্য যে, ক’ৰ’নাতংকৰ বাবে বন্ধ থকা শ্ৰীমন্ত শংকৰ একাডেমীয়ে সকলো শিক্ষাৰ্থীৰ সৈতে যোগাযোগ ৰক্ষাৰ কৰাৰ লগতে শিক্ষাৰ্থীসকলক অনলাইন যোগে শিক্ষা প্ৰদান কৰি আহিছে।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd