DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২ ডিচেম্বৰত ডিমৌত তাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত চ্যুকাফা দিৱস

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
September 30, 2018 2:58 pm
266
VIEWS
Share on FacebookShare on Twitter
শিৱসাগৰ জিলাৰ ডিমৌত অহা ২ ডিচেম্বৰত সদৌ শিৱসাগৰ জিলা তাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত তথা শিৱসাগৰ মহকুমা আৰু ডিমৌ আঞ্চলিক সমিতিৰ সহযোগত চ‍্যুকাফা দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে।
 শনিবাৰে উক্ত বিষয়টোৰ সন্দৰ্ভত ডিমৌ আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ আহ্বানত ডিমৌ প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়।
ডিমৌ আঞ্চলিকৰ সভাপতি জয়ন্ত গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত আটাছু ডিমৌ আঞ্চলিকৰ সম্পাদক সুমিত কুমাৰ সন্দিকৈয়ে উদ্দেশ্য ব‍্যাখ‍্যা আগবঢ়ায়।
সভাত উপস্থিত থকা প্ৰত‍্যেকজন ব‍্যক্তিয়ে অসমীয়া জাতিৰ পিতৃপুৰুষ চাওলুং চ‍্যুকাফাৰ অসমীয়া জাতিৰ প্ৰতি সৰ্বোচ্চ অৱদান থকাৰ সম্পৰ্কে বক্তব‍্য আগবঢ়ায়।
আৰু এই সভাতে সকলোৰে সন্মতি মৰ্মে অহা ২ ডিচেম্বৰত ডিমৌ ৰাজহুৱা খেলপথাৰত চ‍্যুকাফা দিৱস উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
এই উদ্দেশ্যে ডিমৌ মহাবিদ‍্যালয়ৰ প্ৰাক্তন অধ‍্যক্ষ নৰনাথ চেতিয়াক সভাপতি, শেখৰজ‍্যোতি দুৱৰীক কাৰ্যকৰী সভাপতি, নিপন বৰুৱা মুখ‍্য সম্পাদক, সুমিত কুমাৰ সন্দিকৈ আৰু সন্দীপ গগৈক যুটীয়া সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হয়।

Recent News

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

টিপছ : এজন পিতৃয়ে নিজৰ কন্যা সন্তানক কেনেকৈ শক্তিশালী কৰি তুলিব ?

টিপছ : এজন পিতৃয়ে নিজৰ কন্যা সন্তানক কেনেকৈ শক্তিশালী কৰি তুলিব ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd