• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিফু চহৰক অতি শীঘ্ৰেই মিউনিচিপালিটীলৈ উন্নীত কৰা হ’ব : ছুম ৰংহাং

নংগি তেৰাং by নংগি তেৰাং
January 4, 2019 7:42 pm
HAD, Mines & Minerals minister Sum Ronghang (3)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ কেবিনেট মন্ত্ৰী ছুম ৰংহাঙে কৈছে যে ডিফু চহৰক অতি শীঘ্ৰেই মিউনিচিপালিটীলৈ উন্নীত কৰা হ’ব। লৰুলাংছোত অনুষ্ঠিত টাউন কমিটীৰ নিৰ্বাচনী সমদলত অংশগ্ৰহণ কৰি ৰংহাঙে এইদৰে কয়।

এইচ্চএডি, খনি মন্ত্ৰী ৰংহাঙে কৈছে, ‘‘কাৰ্বি আংলঙৰ আটাইতকৈ ডাঙৰ টাউন কমিটী হৈছে ডিফু টাউন কমিটী। ইয়াত ১৪টা ৱাৰ্ড আছে। মই ভাৱোঁ যে অতি শীঘ্ৰেই ইয়াক মিউনিচিপালিটীলৈ উন্নীত কৰা হ’ব। ইয়াৰ বাবে কাৰ্বি আংলঙৰ ষষ্ঠ অনুসূচিৰ অন্তৰ্গত এলেকাসমূহে উদ্যোগ গ্ৰহণ কৰিব লাগিব।”

Apply Now

তেওঁ আৰু কৈছে, ”যদিহে ডিফুক মিউনিচিপালিটীলৈ উন্নীত কৰা হয়, তেন্তে ই মিউনিচিপালিটীয়ে পাবলগীয়া সকলো সুবিধা লাভ কৰিব। বৰ্তমান ই ৰাজ্যপালৰ অনুমোদনলৈ ৰৈ আছে। যিহেতু আপোনালোকৰ প্ৰতিনিধিয়ে কাৰ্বি আংলং জিলাত বিষয়টো উত্থাপন কৰিছে সেয়েহে আমাক পুঁজিৰ পৰা বঞ্চিত কৰা নহয়।”

তেওঁ আৰু কয়, ‘‘আমাৰ উপকাৰৰ বাবে আমি বিজেপিক ভোট দিয়া উচিৎ। আমাৰ দলে কেন্দ্ৰ, ৰাজ্য আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদত শাসন কৰি আছে। আমি বিজেপি প্ৰাৰ্থীসকলক ৱাৰ্ডসমূহৰ পৰা নিৰ্বাচিত কৰি পঠিয়ালে আমাৰ কাম কৰাত সুবিধা হ’ব।

তেওঁ লগতে বিজেপিয়ে ৱাৰ্ডসমূহত বিজয়ী হ’ব বুলি আত্ম বিশ্বাসেৰে কয়।কিছুমান ৱাৰ্ডত বিজেপিয়ে বিজয়ী হৈছেই মাথোং আনুষ্ঠানিক ঘোষণালৈহে বাকী আছে।

নংগি তেৰাং

নংগি তেৰাং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

July 22, 2026 6:45 am
জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm
চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

July 21, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

July 22, 2026 6:45 am
জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd