• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চুমিলা ৰংহাংপী হত্যাকাণ্ড: নগাঁৱত এজনীয়া তদন্ত আয়োগৰ তদন্ত আৰম্ভ

তদন্ত সঠিক দিশত আগবাঢ়িছে— মধ্য অসমৰ আয়ুক্ত মলয় বৰা

মুৰলী বৰুৱা by মুৰলী বৰুৱা
April 29, 2021 5:39 pm
sum
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যজুৰি জোকাৰণি সৃষ্টি কৰা নগাঁও জিলাৰ খাইগড়ত চুমিলা ৰংহাংপী নামৰ এগৰাকী কিশোৰী হত্যাৰ ঘটনাৰ তদন্ত কৰিছে ৰাজ্য চৰকাৰে। ২৬ এপ্ৰিলত অসম চৰকাৰে মধ্য অসমৰ আয়ুক্ত মলয় বৰাক লৈ গঠিত এজনীয়া তদন্ত আয়োগে  আজিৰ পৰা তদন্ত আৰম্ভ কৰে।

আজি নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মধ্য অসমৰ আয়ুক্ত মলয় বৰাই নগাঁও জিলাৰ উপায়ুক্ত কবিথা পদ্মনাভণ আৰু আৰক্ষী অধীক্ষক অভিজিত গৌৰৱৰ লগতে অতিৰিক্ত উপায়ুক্ত কুমাৰ সুৰজিৎ বৰা, ৰহা ৰাজহ চক্ৰৰ বিষয়া, ৰহা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু আৰক্ষীৰ অনুসন্ধানকাৰী বিষয়াৰ লগত এক বৈঠকত মিলিত হয়।

Apply Now

বৈঠকত আয়ুক্ত গৰাকীয়ে সমগ্ৰ বিষয়টো অতি নিখুঁতভাবে তদন্ত কৰিবৰ বাবে সংশ্লিষ্ট বিষয়া সকলক নিৰ্দেশ দিয়ে। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মধ্য অসমৰ আয়ুক্ত মলয় বৰাই জানিবলৈ দিয়ে যে ৰহাৰ হত্যাকাণ্ডৰ ঘটনাৰ সন্দৰ্ভত চৰকাৰৰ ওচৰত ৩০ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰা হ’ব।

ইয়াৰ আগতে অতি কম সময়ৰ ভিতৰত ৰহা আৰু হামৰেণত ৰাজহুৱা শুনানি গ্ৰহণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। তদুপৰি তেওঁ ভুক্তভোগী কিশোৰী গৰাকীৰ পৰিয়ালৰ লগতো নিজে কথা বতৰা পাতি বিষয়টো অনুসন্ধান কৰিব বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে।

এই ঘটনাৰ তদন্ত সঠিকভাৱে আগবাঢ়িছে বুলি মন্তব্য কৰি আয়ুক্ত গৰাকীয়ে কয়-কিশোৰী গৰাকীক ঘৰত কাম কৰা হিচাপে ৰখা হৈছিল নে অধ্যয়নৰ বাবে আনিছিল সেই বিষয়টো তদন্তৰ আওতালৈ অনা হ’ব।

তেওঁ লগতে জানিবলৈ দিয়ে যে- দোষীক উপযুক্ত শাস্তি বিহাৰ লগতে আইন মতে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইপিনে আজি আয়ুক্ত গৰাকীয়ে ঘটনাটো সংঘটিত হোৱাৰ স্থান পৰিদৰ্শন কৰাৰ লগতে ঘটনাটোৰ সম্পৰ্কীয় নথি পত্ৰৰ বাবে ৰহা আৰক্ষী থানা পৰিদৰ্শন কৰে।

তেওঁ লগতে উল্লেখ কৰে যে- এই ঘটনাটো চৰকাৰে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে আৰু সেইবাবে এখন তদন্ত আয়োগ গঠন কৰিছে। যিয়ে সকলো বিষয় তদন্ত কৰি দোষীক বিচাৰি উলিয়াই মৃত কিশোৰী গৰাকীৰ প্ৰতি ন্যায় প্ৰদান কৰিব। ইপিনে আয়ুক্ত গৰাকীয়ে পশ্চিম কাৰ্বি আংলঙৰ কেইবাটাও কাৰ্বি ছাত্ৰ সংগঠনৰ লগত আজি নগাঁৱত বিষয়টোৰ সন্দৰ্ভত এক আলোচনাত মিলিত হয়।

কাৰ্বি ছাত্ৰ সংগঠন কেইটাই কিশোৰী গৰাকীৰ হত্যাৰ সন্দৰ্ভত কেইবাটাও দাবী সন্মিলিত স্মাৰক পত্ৰ প্ৰদান কৰি হত্যাকাৰীক কঠোৰ শাস্তি বিহিবলৈ আয়ুক্ত গৰাকীৰ ওচৰত দাবী জনায়।

উল্লেখ্য যে ২২ এপ্ৰিলত ৰহা খাইগড়ত প্ৰকাশ বৰঠাকুৰৰ ঘৰত চুমিলা ৰংহাংপীৰ নামৰ কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল।

সেই দিনাৰ পৰাই এই ঘটনাক কেন্দ্ৰ কৰি নগাঁও, কাৰ্বি আংলঙকে ধৰি অসমৰ বিভিন্ন ঠাইত এই ঘটনাৰ লগত জড়িত দোষীক কঠোৰ শাস্তি বিহাৰ দাবীত বিভিন্ন সংগঠনে আন্দোলন কৰি আহিছে।

মুৰলী বৰুৱা

মুৰলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd