• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পৰিয়াললৈ নতুন সদস্য: পিতৃ হ’ল দেশৰ ফুটবল আইকন সুনীল ছেত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 31, 2023 6:03 pm
Sunil Chhetri
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল ছেত্ৰীয়ে আজি লাভ কৰিছে পিতৃত্বৰ সুখানুভূতি। আজি ছেত্ৰী আৰু তেওঁৰ পত্নী সোনম ভট্টাচাৰ্যৰ দ্বৈত জীৱনলৈ আগমণ ঘটে এটি পুত্ৰ সন্তানৰ। ইতিমধ্যে পৰিয়াল তথা চিকিৎসালয় কৰ্তৃপক্ষই নিশ্চিত কৰিছে এই খবৰ।

পৰিয়ালে লগতে সোনম আৰু নৱজাতক দুয়ো সুস্থ অৱস্থাত আছে বুলি সদৰী কৰিছে। লক্ষণীয়ভাৱে, গৰ্ভাৱস্থাত সোনম ভট্টাচাৰ্যৰ ডেংগুত আক্ৰান্ত হোৱাৰ পিছতে চিন্তিত হৈ পৰিছিল পৰিয়াল। অৱশেষত কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ সন্তান প্ৰসৱ কৰে সোনমে।

Apply Now

উল্লেখ্য যে, বিগত জুন মাহত ইন্টাৰকণ্টিনেণ্টেল কাপত ভানোৱাটোৰ বিৰুদ্ধে গল স্ক’ৰ কৰাৰ পিছতে এই গল উদযাপনৰ সময়ত ছেত্ৰীয়ে প্ৰতীকি ৰূপত পত্নীৰ গৰ্ভধাৰণৰ ঘোষণা কৰিছিল। পৰিধান কৰা জাৰ্চিৰ তললৈ বল সোমোৱাই গেলাৰীত বহি থকা পত্নীলৈ চুম্বন যাচিছিল তাৰকাগৰাকীয়ে।

মেচৰ পিছত এক সাক্ষাৎকাৰত তেওঁ এইদৰে কৰা উদযাপনৰ আঁৰৰ উদ্দেশ্য ঘোষণা কৰিছিল আৰু কৈছিল যে তেওঁলোকৰ দাম্পত্য জীৱনত আগন্তুক এক সন্তানৰ আশা কৰিছে আৰু পত্নীৰ ইচ্ছানুসৰিয়েই তেওঁ এইদৰে এই খবৰ ঘোষণা কৰিছিল।

Intercontinental Cup 2023: Sunil Chhetri Embraces Winning Goal Against  Vanuatu With Special Celebration- WATCH Viral Video

দীৰ্ঘদিনৰ সম্পৰ্কৰ পিছত যোৱা ২০১৭ চনত বিবাহপাশত আবদ্ধ হৈছিল ছেত্ৰী আৰু সোনম। উল্লেখ্য যে, সোনম ভট্টাচাৰ্য হৈছে দেশৰ কিংবদন্তি ফুটবলাৰ সুব্ৰত ভট্টাচাৰ্যৰ কন্যা।

প্ৰসঙ্গক্ৰমে উল্লেখনীয় যে, ভাৰতীয় ফুটবলৰ জীৱন্ত কিংবদন্তি ৰূপে পৰিগণিত হোৱা সুনীল ছেত্ৰী চলিত বৰ্ষত স্বমহিমাৰে উজলি উঠিছে। দুৰন্ত প্ৰদৰ্শনেৰে দলক সমুখৰ পৰা নেতৃত্ব দি দেশবাসীক চলিত বৰ্ষত ইন্টাৰকণ্টিনেণ্টেল কাপ আৰু ছাফ চেম্পিয়নশ্বিপৰ খিতাপ উপহাৰ দিছে ছেত্ৰীয়ে।

অৱশ্যে সন্তান জন্মৰ বাবে কিছুদিনৰ বাবে ফুটবল জগতৰ পৰা আঁতৰি থাকিব ছেত্ৰী। আৰু এইবাবে থাইলেণ্ডত অনুষ্ঠিত হ’বলগীয়া আগন্তুক কিংছ কাপত তেওঁ অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি ইতিমধ্যে নিশ্চিত কৰিছে প্ৰশিক্ষক ইগ’ৰ ষ্টিমাকে।

অৱশ্যে এছিয়ান গেমছৰ বাবে তেওঁ ভাৰতীয় দলত যোগদান কৰি দলৰ নেতৃত্বৰ গুৰুদায়িত্ব পুনৰ বহন কৰিব বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd