• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বলিউদ অভিনেতা তথা বিজেপি সাংসদ ছানী দেউল ক’ৰ’না পজিটিভ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 2, 2020 10:29 am

1 min read

বলিউদ অভিনেতা তথা বিজেপি সাংসদ ছানী দেউল ক’ৰ’না পজিটিভ
2.2k
VIEWS
Share on FacebookShare on Twitter

বলিউদৰ জনপ্ৰিয় অভিনেতা আৰু বিজেপিৰ সাংসদ ছানী দেউল ক’ভিড-১৯ত আক্ৰান্ত হৈছে। অভিনেতাগৰাকীয়ে বুধবাৰে নিজে এই কথা জানিবলৈ দিয়ে।

গুৰুদাসপুৰৰ সাংসদগৰাকীয়ে টুইটাৰযোগে এই কথা জানিবলৈ দি তেওঁৰ স্বাস্থ্য ঠিকে আছে বুলি জনায়।

ছানী দেউলে টুইটটোত লিখিছে, ‘মই ক’ৰ’না পৰীক্ষা কৰিছিলো আৰু ৰিপ’ৰ্ট পজিটিভ আহিছিল। মই কোৱাৰেণ্টাইনত আছো আৰু বৰ্তমান মোৰ স্বাস্থ্য ভাল। মই অনুৰোধ কৰো যে, যোৱা কিছুদিনত যিসকল লোক মোৰ সংস্পৰ্শলৈ আহিছে তেওঁলোকে যাতে আইছ’লেশ্যনত থাকে আৰু ক’ৰ’না টেষ্ট কৰে’।

অভিনেতা তথা সাংসদগৰাকী ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি হিমাচল প্ৰদেশৰ মনালীৰ এখন ব্লক চিকিৎসালয়ৰ চিকিৎসক ডাঃ ৰনজিৎ ঠাকুৰে জানিবলৈ দিয়ে।

উল্লেখ্য যে বৰ্তমান হিমাচল প্ৰদেশত চিকিৎসা চলি থকা ছানী দেউলৰ ক’ৰ’না ৰিপ’ৰ্ট যেতিয়ালৈকে নিগেটিভ নাহে তেতিয়ালৈকে তেওঁ মুম্বাইলৈ নাহে বুলি জানিব পৰা গৈছে।

Recent News

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd